বিহাৰত বাধ্যতামূলক হ’ব মন্দিৰৰ পঞ্জীয়ন, আদায় দিব লাগিব চাৰি শতাংশ কৰ

Bihar to have C23523

বিহাৰত সকলো মন্দিৰৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব । বিহাৰ ধাৰ্মিক ন্যাস ব’ৰ্ডে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ প্ৰতিটো সাৰ্বজনীন মন্দিৰৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাটো আইনগতভাৱে বাধ্যতামূলক হ’ব ।

তদুপৰি প্ৰতিটো মন্দিৰে চাৰি শতাংশ কৰ আদায় দিব লাগিব । বৰ্তমানে বিহাৰত ৪,৬০০টা পঞ্জীকৃত মন্দিৰ আছে আৰু এইকেইটা মন্দিৰে কৰে আদায় দি আহিছে । কিন্তু ৰাজ্যখনত সৰু-ডাঙৰ অসংখ্য মঠ-মন্দিৰ আছে যদিও এইসমূহ মন্দিৰৰ পঞ্জীয়ন কৰা হোৱা নাই ।

Exit mobile version