চামগুৰিৰ ভেলেউগুৰি পথাৰত বন্যহস্তীৰ কৰুণ মৃত্য

afcd44d5 425c 4a2b b4b3 7ec2dfed6476

চামগুৰিৰ ভেলেউগুৰিৰ পথাৰৰ মাজত উদ্ধাৰ হৈছে এটা বনয়হস্তীৰ মৃতদেহ।উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটো মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। শক্তি বিভাগৰ গাফিলতিৰ বাবেই হাতীটোৰ মৃত্যুৰ অভিযোগ ৰাইজৰ।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছিল মৃত হাতীটোৰ স’তে আন পাচঁটাকৈ বন্যহস্তীয়ে।

Exit mobile version