- সংবাদমেলত দীপৰ বিলৰ সমীপৱৰ্তী একাধিক সচেতন নাগৰিকৰ প্ৰশ্ন
- ধ্বংসৰ গৰাহত ‘ৰামচাৰ ক্ষেত্ৰ’ দীপৰ বিল
- প্ৰায় ১৯ হেজাৰ প্ৰজাতিৰ পখীৰ বিচৰণভূমি দীপৰ বিললৈ নহা হ’ল বহু হেজাৰ পক্ষী
- ৰাষ্ট্রীয় সেউজ ন্যায়ধীকৰণৰ নিষেধাজ্ঞাৰ পাছতো দীপৰ বিলৰ সমীপত অব্যাহত আছে ডাম্পিং
- মৰা ভৰলু , বশিষ্ঠ আৰু বাহিনী নৈৰ আৱৰ্জনাই প্ৰদূষিত কৰিছে বিলৰ পানী
- ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধই অতিষ্ঠ কৰিছে স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰীক
- দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে যোৱা ৰেলপথৰ দ্বৈতকৰণ, সম্প্ৰসাৰণৰ চিন্তা প্ৰত্যাহাৰ কৰাৰ দাবী ।
দীপৰৰ উচুপনি কোনে শুনিব ?
