মেষ :মাংগলিগ কিবা কাম কৰাে বুলি ভাবিছে যদি দিনৰ ২/০৫ৰ ভিতৰত শুভ। কর্মস্থানত জটিলতা কমিব। আপােনাৰ কর্তৃত্ব অক্ষুগ্ন থাকিব। উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি। শুভ ৰং মেৰুণ।
বৃষ : পৰিৱেশত অস্থিৰতা থাকিব পাৰে। মনৰ দৃঢ়তা ৰাখক সকলাে নিয়ন্ত্রণ ক্ষম হ’ব। শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই। বিদ্যাত উন্নতিৰ আশা দেখিলেও বাধা পাব। প্রেমত শুভ। শুভ ৰং ৰঙা।
মিথুন : কোনাে সম্পদৰ প্রতি নজৰ ৰাখক। হাতৰ পৰা সুযােগ সৰকি নাযায় সাৱধান হওক। কোনােৱে ভৱিষ্যতৰ বাবে আশা দেখিব। সন্তানৰ বাবে কিছু চিন্তা দাম্পত্যতাে তদ্রপ। শুভ ৰং সেউজীয়া।
কর্কট : বল প্রয়ােগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে। কিন্তু তাতাে বৰ সফল নহ’ব। গতানুগতিক কামত বেছি বাধা নাই। দাম্পত্যত ভালেই। সন্তান চিন্তা থাকিব। নতুন সংযােগত বিৰাগ। শুভ ৰং মেৰুণ।
সিংহ : দৃঢ়মত পােষণ কৰিব সুখী হ’ব। কিন্তু আপােনাৰ এই মতক সকলােৱে মানি নল’ব। বিৰক্তি আৰু কিছুমান বাঞ্জিত কৰ্ম কৰিবলগীয়া সংযােগ পিছুৱাই পৰাত উদ্বিগ্নতা থাকিব। শুভ ৰং পাতল হালধীয়া।
কন্যা : এটা পাছত এটা আহুকাল এৰাব পৰা টান। তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব। আপােনাৰ স্বকৰ্মৰ প্রতি কিছুমান অহর্মিকাই ভৱিষ্যতৰ উন্নতিত হেঙাৰ দিব। শুভ ৰং মাটিয়া।
তুলা :মধ্যম ফল। কোনাে বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব লগতে আপােনাৰ দক্ষতাৰ প্রতি কোনাে আনুষ্ঠানিক আহ্বান আহিব। বিদ্যাত জটিল চিন্তা এৰাব পাৰিব। শুভ ৰং বগা।
বৃশ্চিক : কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। দিনৰ ১১.৩০ বজাৰ পৰা এনে সংৰােগ দেখা যায়। দাম্পত্যত আনন্দ। কিন্তু কোনাে কথাৰ বাবে উৎকণ্ঠিত হােৱাৰ আশংকা। শুভ ৰং সেউজীয়া।
ধনু : শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে। বিশেষকৈ দুর্বল আৰু বয়সস্থসকল। বিদ্যাত যত্নৰ ক্রটি নকৰিব। একেদৰে লাগি থকা কর্মততা পিছুৱাই নাযাব। আর্থিকত উন্নতিত বাধা। শুভ ৰং ৰঙা।
মকৰ : আর্থিকত পােৱা কষ্টৰ কিছু হলেও লাঘব হ’ব। কোনাে প্রশংসনীয় বিষয় বা তেনে লােকৰ লগত সু-সম্বন্ধ গঢ়িব পাৰে। বিদ্যাত মধ্যম। শৰীৰ সম্পৰ্কীয় দুশ্চিন্তাৰ প্ৰয়ােজন নাথাকিব। শুভ ৰং কমলা।
কুম্ভ : মনত অত্যন্ত কুটাল প্রশ্নই তােলপাৰ লগাব পাৰে। অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্রমাণিত হ’ব। দাম্পত্যত চিন্তা। মনােজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব। শুভ ৰং কণা।
মীন : মজলীয়া হলেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি। বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কিন্তু নিজৰ ভৱিষ্যৎ সম্পর্কে চিন্তিত হােৱাৰ যােগ থাকিব। দুপৰীয়াৰ পৰা সাৱধান হওক শুভ ৰং গােলপীয়া।