John Abraham : হঠাৎ ইনষ্টাগ্ৰামৰ পৰা সকলো প’ষ্ট ডিলিত কৰিলে জন আব্ৰাহামে

71201380

ইনষ্টাগ্ৰামৰ পৰা সকলো ফটো ডিলিত কৰিলে জনপ্রিয় অভিনেতা জন আব্ৰাহামে । মঙলবাৰে ৰাতিপুৱাৰ পৰা শূণ্য হৈ পৰিল অভিনেতাজনৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইল ।

অভিনেতাজনে হঠাতে কিয় এনে পদক্ষেপ ল’লে তাক লৈ এতিয়া চর্চা আৰম্ভ হৈছে সামাজিক মাধ্যমত ।২৫ নৱেম্বৰত মুক্তি লাভ কৰিছে জন অভিনীত ‘সত্যমেৱ জয়তে ২’ ।ছবিৰ প্ৰচাৰৰ বাবে অভিনেত্ৰীগৰাকীয়ে দিব্যা খোচলা কুমাৰৰ স’তে কপিল শৰ্মাৰ অনুষ্ঠানলৈ গৈছিল।

তেওঁ তাত হৃদযন্ত্ৰৰ কাৰ্যকাৰীতাৰ বিষয়ে মন্তব্য কৰে। মানুহে কিয় হৃদৰোগত আক্ৰান্ত হয় সেই বিষয়েও তেওঁ বৰ্ণনা কৰা দেখা গৈছিল।

Exit mobile version