Bizarre : প্ৰেমিকাৰ ভৰিৰ প্ৰেমত পৰিল এজন যুৱক ! তাৰ পাছত কি কৰিলে শুনি হ’ব আচৰিত

heels 1022x602 1

এটা অদ্ভূত প্ৰেম কাহিনী । প্ৰেমিকাৰ ভৰিৰ প্ৰেমত পৰিল এজন যুৱক । অবিশ্বাস্য হ’লেও এই দাবী কৰিছে এগৰাকী মহিলাই । তেওঁৰ প্ৰেমত ‘হাবুডুবু’ খাইছে প্ৰেমিক ।

ঘটনাটো আমেৰিকাৰ এৰিজোনাত সংঘটিত হৈছিল। এনাবেল ফেমেকো নামৰ এগৰাকী মহিলাই জনাইছে, এই ক্ষেত্ৰত তেওঁৰ যথেষ্ট উপকৃত হৈছে।

কিয়নো তেওঁৰ ভৰিৰ প্ৰেমত পৰি প্ৰেমিকে সকলো নতুন নতুন আৰু ব্যয়বহুল ব্ৰেণ্ডৰ জোতা ছেণ্ডেল কিনি দিয়ে । এনাবেলে এইটোও জনাইছিল যে, জোতা কিনিবলৈ তেওঁৰ প্রেমিকৰ কোনো সমস্যা নাই।

এনাবেলে সম্পতি তেওঁৰ প্ৰেমিকৰ লগত বিয়াত বহিছে। তেওঁৰ কয়, “প্ৰেমিকে মোৰ ভৰি দেখিলেই ৰোমান্টিক হৈ পৰে। ফলস্বৰূপে, তেওঁ ভৰি সজাবলৈ এযোৰ পাছত আনযোৰ জোতাৰ কিনি আনি । তেওঁ লাখ লাখ টকা খৰচ কৰে আৰু কেৱল জোতা কিনে। “

Exit mobile version