Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GST evasion of 355 establishments:ৰাজ্যত শ শ কোটি টকাৰ জিএছটি ফাকিৰ বৃহৎ ক’লা বজাৰ, ৰাজকোষত মাধমাৰ

জাল নথি প্ৰস্তুত কৰা ৩৫০ প্রতিষ্ঠান চিনাক্ত

publisher by publisher
June 18, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

GST Evasion:অসমত কৰ ফাকি দি লুণ্ঠন বহিঃৰাজ্যৰ

GST evasion of Rs 1400 crore in Assam :ৰাজ্যত ১৪শ কোটি টকাৰ জিএছটি ফাকি: তথ্য সদৰী কৰিলে কৰ বিভাগে

GST evasion of 355 establishments:

অসমত জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) ফাকিৰ এখন বৃহৎ ক’লা বজাৰ গঢ়ি উঠিছে। এনেদৰে শ শ কোটি টকাৰ জিএছটি ফাকি দিয়াৰ ফলত ৰাজ্যৰ ৰাজকোষত মাধমাৰ পৰিছে। অসমৰ ৰাজহ সংগ্ৰহৰ দুটা মূল উৎসৰ অন্যতম হ’ল জিএছটি। সেই জিএছটি অপৰিসীম পৰিমাণত বছৰ বছৰ ধৰি ফাকি দি আহিছে ক’লা ব্যৱসায়ীৰ চক্ৰই। এই ফাকি কিদৰে দিব পাৰি, তাকে লৈ গঢ়ি উঠিছে এখন বৃহৎ ক’লা বজাৰ। ৰাজ্যিক জিএছটি বিভাগৰ তথ্য অনুসৰি, ৰাজ্যত কে’বা শতাধিক এনে প্রতিষ্ঠান গঢ় লৈ উঠিছে যিবোৰে জিএছটি ফাকি দিব পৰা নথিপত্র সাজু কৰি দিয়ে।

ADVERTISEMENT

বিভাগটোৰ তথ্য অনুসৰি, এতিয়ালৈকে কমেও ৩৫০ খন তেনে ফার্ম তথা প্রতিষ্ঠান চিনাক্ত কৰি নিষ্ক্রিয় কৰা হৈছে। তৎসত্ত্বেও ৰাজ্যত সক্রিয় হৈ আছে এনে অধিক ফার্ম। তদন্ত পোহৰলৈ আহিছে যে এই ধৰণৰ ফাৰ্মবোৰ নামত চলি আহিছে, অথচ তাৰ অস্তিত্ব পাবলৈ নাই। এই ফার্মবোৰেই এটা লাভাংশ আদায় কৰি বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানক জিএছটি ফাকি দিব পৰা নথি যোগান ধৰি আহিছে।

ধৰা পৰিব নোৱাৰাকৈ এনে ফাৰ্মবোৰ দুষ্টচক্রই পঞ্জীয়নো কৰে। জিএছটি বিভাগত পঞ্জীয়ন নোহোৱা ফার্মে সেই সম্পকীয় কোনো নথি প্রস্তুত কৰিব নোৱাৰে। অথচ তদন্তত দেখা গৈছে যে নাম পঞ্জীয়ন কৰা তেনে ফাৰ্মবোৰৰ কাৰ্যালয়কে ধৰি বাস্তৱত কোনো অস্তিত্বই নাই। তেনে ফার্ম যিসকলৰ নামত পঞ্জীয়ন কৰা আছে, সেইসকলে ক’ৰবাত বহিয়েই কম্পিউটাৰৰ সহায়ত প্রয়োজন অনুসৰি ব্যৱসায়ী ভুৱা তথ্য সন্নিৱিষ্ট কৰি সামগ্রী ক্রয়-বিক্রয়ৰ ৰছিদ প্ৰস্তুত কৰি দিয়ে আৰু সেই ৰছিদৰেই জিএছটি ফাকি দিয়া হয়।

উল্লেখ্য যে ৰাজ্যিক জিএছটি বিভাগে শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানত কৰ ফাকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানত জিএছটিৰ নথি প্ৰস্তুত কৰি দিয়া বহু ফাৰ্মৰ ক’লা অধ্যায়ৰ তথ্য উন্মোচিত হৈছে। উদাহৰণ স্বৰূপে কালিৰ পৰা ৰাজ্যিক জিএছটি বিভাগৰ এটা দলে মহানগৰীৰ ছাত্ৰীবাৰীৰ নিউ মার্কেটত থকা ‘অশোক অট’ এজেন্সী’ নামৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কালি প্রতিষ্ঠানটোৰ ছাত্ৰীবাৰীস্থিত বিক্রী কেন্দ্রত দিনৰ পৰা গোটেই নিশাজুৰি অনুসন্ধান চলোৱা হয়। আজি প্রতিষ্ঠানটোৰ মহানগৰীৰে গড়চুকস্থিত বৃহৎ ভঁৰাল এটাতো তালাচী চলোৱা হয়। অদ্যাপি এই অভিযান অব্যাহত আছে।

এই অভিযানতে তদন্তকাৰী দলে ‘সঞ্জয় অট’ এজেন্সী’ নামৰ আন এটা প্রতিষ্ঠানৰ তথ্য লাভ কৰে। তদন্তত পোহৰলৈ আহে যে অশোক অট’ এজেন্সী আৰু সঞ্জয় অট’ এজেন্সী একেটা প্রতিষ্ঠানৰে দুখন দোকান। জিএছটি ফাকি দিবলৈকে এনেদৰে দুটা প্রতিষ্ঠান স্থাপন কৰা হৈছিল। এই দুখনৰ মাজতে সামগ্ৰী ক্রয়-বিক্রয় কৰা দেখুৱাই আইনৰ সুৰুঙা লৈ বিগত দুবছৰে কে’বা কোটি টকা অশোক এট’ এজেন্সীয়ে জিএছটি ফাকি দিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে যি নথিপত্ৰৰ প্ৰয়োজন হয়, সেয়া প্রস্তুত কৰি দিছিল এনে ধৰণৰ কাৰ্যত জড়িত ফার্মে।

ইপিনে, ৰাজ্যিক জিএছটি বিভাগে শিলচৰৰ পৰা ইছাক আহমেদ নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। প্রায় তিনিদিন জেৰাৰ অন্তত নিশ্চিত কৰা হয় যে এই ব্যৱসায়ীজনে জাল নথিৰে প্ৰায় এশ কোটি টকাৰ ভুৱা বিল প্ৰস্তুত কৰি ২৫ কোটি টকা জিএছটি ফাকি দিছিল। বিগত পাঁচ বছৰে এই অনিয়মত লিপ্ত হৈ আছিল ধৃত ব্যৱসায়ীজন। এই অনিয়ম কিদৰে কৰিব পাৰি তাৰ বাবে ইছাক আহমেদ দ্বাৰস্থ হৈছিল জিএছটিৰ প্ৰকৃত পৰিমাণ ফাকি দিব পৰাকৈ ৰছিদসহ প্রয়োজনীয় নথিপত্র প্রস্তুত কৰি দিয়া চক্ৰৰ ওচৰত।

খুচী ডিজিটেল পেমেন্ট প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠানৰ নামত ধৃত আহমেদে উক্ত বৃহৎ পৰিমাণৰ জিএছটি ফাকি দিবলৈ সক্ষম হৈছিল বুলি বিভাগটো নিশ্চিত হৈছে। সূত্রত প্রকাশ যে অসমত গঢ়ি উঠা তেনে অবৈধ চক্ৰৰ পৰিসৰ বহিঃৰাজ্যলৈয়ো সম্প্ৰসাৰিত হৈছে। জিএছটি ফাকি দিব পৰা জাল নথি তেনে চক্রই বহিঃৰাজ্যৰ একাংশ ব্যৱসায়ীকো যোগান ধৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GST evasion
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d