Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অবৈধ মৎস্যচিকাৰত বহু কোটিৰ লেনদেন

একোখন বিলৰ বাবদ উৎকোচ আদায় ছয়-সাত লাখ পৰ্যন্ত

publisher by publisher
December 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
অবৈধ মৎস্যচিকাৰত বহু কোটিৰ লেনদেন
1
SHARES
8
VIEWS
ShareShareShareShare

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰি চোৰাং মাছমৰীয়াৰ দলে দলবদ্ধভাৱে মাছ মাৰি থকাটো অতি ৰহস্যজনক বিষয় । ইয়েই প্ৰমাণ কৰে অভয়াৰণ্য দুখনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ । উল্লেখ্য যে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ফৰেষ্ট ৰেঞ্জ অফিচ ক্ৰমে সুঁতিৰপাৰ, গড়াজান, লাওখোৱা আৰু ধনীয়াত অৱস্থিত । অভিযোগ অনুসৰি, এই ৰেঞ্জ অফিচত নিয়োজিত ৰেঞ্জাৰসকলে অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰি পৰ্যবেক্ষণ নকৰে । ডিএফঅ’ৱেও অভয়াৰণ্যৰ ভিতৰলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ বিপৰীতে জীপৰে মথাউৰিৰ ওপৰে ওপৰেহে নিৰীক্ষণ কৰে ।

ADVERTISEMENT

ইপিনে, ৰেঞ্জাৰসকলে ডিএফঅ’ৰ আগমনৰ বতৰা পালেহে ৰেঞ্জ অফিচৰ পৰা বাহিৰ ওলায় বুলিও অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজে অভিযোগ তুলিছে । সূত্ৰত প্ৰকাশ যে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহৰ কাষতে ফৰেষ্ট কেম্পসমূহ অৱস্থিত । দুৰ্গম সেই বিলসমূহত বন বিভাগৰ লোকে নিতৌ পহৰা দি নাথাকে । যিহেতু উচ্চ পদস্থ বিষয়াসকলে অভয়াৰণ্যৰ ভিতৰলৈ কাচিৎহে যায় সেয়েহে তল খাপৰ বিষয়া-কৰ্মচাৰীসকলে অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহ পহৰা দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰে । ৰেঞ্জ অফিচ, বীট অফিচ, কেম্পসমূহত থাকিয়েই অভয়াৰণ্যৰ ভিতৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা বুলি বন্যপ্ৰাণী সংমণ্ডলৰ শীৰ্ষ বিষয়াসকলক প্ৰতিবেদন দি থাকে ।

RelatedPosts

West Bengal:ভাৰতীয় জলসীমাত অবৈধভাৱে প্ৰৱেশ কৰা ৭৯ বাংলাদেশী ভাৰতীয় উপকূলৰক্ষী বাহিনী জালত

13 EXOTIC ANIMALS RESCUED : কাছাৰত উদ্ধাৰ ১৩ টা বিদেশী বন্যপ্ৰাণী

অভিযোগ অনুসৰি, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহত মাছ মাৰিবৰ বাবে চোৰাং মাছমৰীয়াৰ দলৰ স’তে তলখাপৰ একাংশ বিষয়া-কৰ্মচাৰীৰ মৌখিকভাৱে চুক্তি সম্পাদিত হয় । কোনো এখন বিলত এটা বছৰত মাছ মৰাৰ মৌখিক অনুমতিৰ বাবদ চোৰাং মাছমৰীয়াৰ চৰ্দাৰে একাংশ দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ আৰু বীট বিষয়াক ছায়-সাত লাখ টকা পৰ্যন্ত আদায় দিয়ে । সুদীৰ্ঘ ২৪-২৫ বছৰ ধৰি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত এই অনিয়ম চলি আছে বুলি দাঁতি-কাষৰীয়া অঞ্চলৰ একাংশ সচেতন ৰাইজে অভিযোগ তুলিছে ।

অভিযোগ অনুসৰি, এচাম মধ্যস্থতাকাৰীৰ জৰিয়তে চোৰাং মাছমৰীয়া আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ মাজত অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহত মাছ ধৰাৰ অনুমতিৰ বাবদ অবৈধ মৌখিক চুক্তি সম্পন্ন হয় কমেও ১৫-২০টা চোৰাং মাছমৰীয়া দলৰ । অৰ্থাৎ একোটা দলে দুই লাখৰ পৰা সাত লাখ পৰ্যন্ত প্ৰতি বিলৰ বাবদ আদায় দিয়ে । এনে বিলৰ সংখ্যা ২৯ খন । অভিযোগ অনুসৰি এইদৰে ১৫-২০টা চোৰাং দলে ২৪ খন বিলৰ বাবদ আদায় দিয়া উৎকোচৰ ফলত কে’বা কোটি টকাৰ লেনদেন হয় । একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ স’তে চোৰাং মাছমৰীয়াৰ অবৈধ মৌখিক চুক্তি সম্পন্ন হয় । তলখাপৰ বিষয়া-কৰ্মচাৰীৰ ধমকৰ ভয়তেই কেম্পত থকা বনৰক্ষীসকলে সকলো দেখিও সম্পূৰ্ণ অসহায় হৈ ৰয় ।

বনৰক্ষীসকলে তদন্তৰ সময়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ আগত অভয়াৰণ্যৰ বিলসমূহত চোৰাং মাছমৰীয়াৰ দলে মাছ ধৰা নাই বুলি ক’বলৈ বাধ্য হয় । নাম প্ৰকাশত অনিচ্ছুক একাংশ বনৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি। তেওঁলোক অসহায় । চকুৰ সন্মুখত মাছ মাৰিলেও তেওঁলোকে একো কৰিব নোৱাৰে । ইপিনে আন এক সূত্ৰ‌ই দাবী কৰা অনুসৰি, চোৰাং মাছমৰীয়াৰ স’তে বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ ধনৰ লেনদেনৰ প্ৰক্ৰিয়াটো আগবঢ়াই দিয়ে একাংশ তথাকথিত স্বেচ্ছাসেৱী সংগঠনে ।

লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ ২৯খনকৈ বিলত সশস্ত্ৰ চোৰাং মাছমৰীয়াৰ দলে নিশাৰ কথাটো বাদেই দিনৰ ভাগতো শেৱালী, লাঙি জালৰ লগতে ৫০০-৭০০ ফুট দীঘল, ১২-১৫ ফুট বহল মুচুৰী জালেৰেও মাছ মাৰে চোৰাং মাছমৰীয়াৰ দলে । নগাঁও বন্যপ্ৰাণী সংমণ্ডলে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহত চোৰাং মাছমৰীয়াসকলে মাছ মৰাৰ সুবিধা পোৱা নাই বুলি আজিও দাবী কৰিলেও এই বৰ্ষটোত কালি পৰ্যন্ত চোৰাং মাছমৰীয়াৰ দলে প্ৰায়েই মাছ মৰা বুলি অভয়াৰণ্যৰ প্ৰতিৱেশী গাঁওসমূহৰ একাংশ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ৰাইজ তেওঁলোকৰ অভিযোগৰ সন্দৰ্ভত আজিও অটল আছে ।

ৰাইজৰ ভাষ্য হ’ল – বিগত ২০১৭ত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ’ হিচাপে ভাৰতীয় বন সেৱাৰ বিষয়া জিতেন্দ্ৰ কুমাৰৰ কাৰ্যকালত ভালেসংখ্যক চোৰাং মাছমৰীয়াক জালসহ কৰায়ত্ত কৰা হৈছিল । আনকি বনৰক্ষীৰ গুলিত গুলিবিদ্ধ হৈছিল চোৰাং মাছমৰীয়া । তেতিয়া বিলসমূহত সঘনাই অভিযান চলাই ইজনৰ পাছত সিজনকৈ চোৰাং মাছমৰীয়াক কৰায়ত্ত কৰাত উপায়ন্তৰ হৈ বহু চোৰাং মাছমৰীয়াই জালসহ আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল । কিন্তু তাৰ পাছৰ পৰা বিলত অভিযান নচলা হ’ল । এজনো চোৰাং মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা হোৱা নাই । ইপিনে, নগাঁও জিলাৰ নগাঁও চহৰৰ বৰবজাৰ, আইটিআই বজাৰ, ডিমৰুগুৰী, ৰূপহী, জুৰীয়া, চুলুং আদি মাছৰ বজাৰত লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহৰ মাছ উভৈনদী হৈ থকাটোৱে কি সূচায় ?

অভয়াৰণ্য দুখনৰ ভিতৰৰ বিলসমূহত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ হ’ল দাঁতি-কাষৰীয়া ৰাইজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ইতিপূৰ্বে বন বিভাগৰ ওচৰত সমৰ্পণ কৰা পূৰ্বৰ চোৰাং মাছমৰীয়াসকলৰো সহায়ৰ প্ৰয়োজন । কিন্তু সেই সকলৰ সহায়-সহযোগিতা আদায়ৰ ক্ষেত্ৰত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ভূমিকা মুঠেই আশাব্যঞ্জক নহয় বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে ।

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ ২৯ খনকৈ বিলত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম্যৰ বিষয়ে সংবাদ মাধ্যমত সঘনাই বা বাতৰি প্ৰকাশ কৰি থকাৰ পাছতো এই বিষয়ে বন সংমণ্ডল বিষয়া কিম্বা ৰাজ্যৰ মীন মন্ত্ৰীজনৰ মৌনতাক মুঠেই সহজভাৱে ল’ব বিচৰা নাই নগঞা ৰাইজে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DFOIllegal Fishing
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d