দিল্লীত ১০ বছৰতকৈ পুৰণি ডিজেল বাহনৰ পঞ্জীয়ন হ’ব বাতিল

sc diesel car ban has pan india sales impact

পহিলা জানুৱাৰী ২০২২ৰ পৰা দিল্লীত ১০ বছৰ পুৰণি সকলাে ডিজেলচালিত যানবাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

অৱশ্যে এনে বাহনৰ ক্ষেত্ৰত পৰিবহণ বিভাগে এন অ’ চি জাৰি কৰিব যাতে আন ৰাজ্যত বাহনৰ পুনৰ পঞ্জীয়ন কৰাব পাৰে।

দিল্লী পৰিবহণ বিভাগে এই কথা প্রকাশ কৰি লগতে কয় যে ১৫ বছৰ বা ততােধিক পুৰণি ডিজেলচালিত বাহনৰ ক্ষেত্ৰত কোনাে এন অ’ চি প্ৰদান কৰা নহ’ব।

দিল্লীক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰিছে।

Exit mobile version