ক’ভিডত আক্ৰান্ত টেনিছ খেলুৱৈ ৰাফেল নাডাল

skysports andy murray tennis 5618627

ক’ভিডত আক্ৰান্ত ৰাফেল নাডাল। টুইটাৰযোগে নিজে এই খবৰ জনালে টেনিছ খেলুৱৈগৰাকীয়ে ।

বাওঁ ভৰিৰ আঘাতৰ পৰা আৰোগ্য হোৱাৰ চাৰি মাহৰ পাছত কোৰ্টলৈ উভতিছিল নাডাল।

Exit mobile version