Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নাম সুধি হিন্দু পর্যটকক গুলীয়ালে সন্ত্রাসবাদীয়ে

তোক নামাৰো, মোদীক ক’বিগৈ! স্বামীক গুলীয়াই হত্যা কৰা মহিলাক গৰ্জন

publisher by publisher
April 23, 2025
in India, News
Reading Time: 1 min read
0
নাম সুধি হিন্দু পর্যটকক গুলীয়ালে সন্ত্রাসবাদীয়ে
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতীয় সেনাৰ স’তে জোঁট বান্ধিছে পৰিচালক বিবক অগ্নিহোত্রীয়ে

সন্ত্ৰাসবাদৰ বাবে ২০২৬ চনত পুনৰ ভাৰত আৰু পাকিস্তান সংঘাতত লিপ্ত হোৱাৰ সম্ভাৱনা !

পহলগাম তদন্তঃ মাত্ৰ কেইহাজাৰমান টকাৰ বিনিময়ত তিনিজন উগ্ৰপন্থীক সহায় কৰিলে ধৃত দুই কাশ্মীৰীয়ে ! পোহৰলৈ আহিছে ন ন তথ্য

Pahelgam Terror Attack : ‘তোক নামাৰো। তই গৈ মোদীক ক’বিগৈ!’ পহলগামৰ বৈছৰণত কালি নিৰস্ত্ৰ দেশী-বিদেশী পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলিচালনা কৰা পাকিস্তানী সন্ত্রাসবাদীয়ে এগৰাকী মহিলাৰ আগত এইদৰে গৰ্জন কৰে।

ADVERTISEMENT

পল্লৱী নামৰ এই পর্যটকগৰাকীৰ স্বামীকো সন্ত্রাসবাদীয়ে হত্যা কৰে। পল্লৱীয়ে তেওঁৰ স্বামী মঞ্জুনাথ আৰু পুত্ৰৰ স’তে বন্ধৰ দিন উপলক্ষে কাশ্মীৰৰ পহলগাম ভ্ৰমণ কৰে।

কালি আন বহু পৰ্যটকৰ দৰে তেওঁলোকো প্ৰকৃতিৰ ৰম্যপুৰী বৈছৰণত উপস্থিত হয়। ইয়াৰ কিছু
সময়ৰ পাছতে সন্ত্ৰাসবাদীৰ দলে বিভীষিকা নমাই অনা বুলি সংবাদ মাধ্যমৰ আগত মহিলাগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ কয়, ‘পুত্ৰ আৰু স্বামীৰ স’তে কাশ্মীৰ ভ্ৰমণলৈ আহিছিলো।আজি দুপৰীয়া ১-৩০ বজাত আমি পহলগামত উপস্থিত হওঁ। ইয়াৰ কিছু সময় পাছতে আকস্মিকভাৱে তিনি-চাৰিজন বন্দুকধাৰী আমাৰ সন্মুখত উপস্থিত হ’ল। আমাক নাম সুধি
অস্ত্ৰধাৰীকেইজনে গুলিবর্ষণ কৰে।’

মহিলাগৰাকীয়ে লগতে কয় যে অস্ত্ৰধাৰীকেইজনে বাছি বাছি হিন্দু ধৰ্মাৱলম্বী পৰ্যটকক হত্যা কৰে। স্বামীক হত্যা নকৰিবলৈ কান্দি কান্দি অনেক কাকুতি-মিনতি কৰাৰ পাছতো মঞ্জুনাথক মূৰত গুলীয়াই সন্ত্ৰাসবাদীৰ দলটোৱে হত্যা কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

স্বামীক হেৰুৱাই দিশহাৰা হোৱা মহিলাগৰাকীয়ে কয়, ‘আপোনালোকে যেতিয়া মোৰ স্বামীক মাৰিলে আমাকো মাৰি পেলাওক। মোৰ কথা শুনি এজনে ক’লে, তোক নামাৰো ৷ এই কথা মোদী (প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী)ক ক’বিগৈ বুলি গর্জি উঠিল।’

আমোদ-প্রমোদৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰা মহিলাগৰাকীয়ে স্বামীৰ নশ্বৰদেহ যাতে ঘৰলৈ নিব পাৰে তাৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে।

বহু আতংকিত মহিলাৰ আৰ্তনাদ :

মোৰ স্বামীক বচাওক ‘মোৰ স্বামীক বচাওক’, মাটিত বাগৰি থকা গুলিবিদ্ধ স্বামীক সাবটি এগৰাকী মহিলাই আৰ্তনাদ কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

কালি পাকিস্তানী সন্ত্রাসবাদীয়ে বৈছৰণত নৰসংহাৰ সংঘটিত কৰাৰ পাছত সামাজিক মাধ্যমত এই ভিডিঅ’ শ্বেয়াৰ হয়। এই মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে বৈছৰণ ভ্ৰমণ কৰিছিল।

আকস্মিকভাৱে সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত তেওঁৰ স্বামী ঢলি পৰে। মাটিত বাগৰি পৰা স্বামীক সাবটি ধৰি তেওঁ স্বামীৰ প্ৰাণৰক্ষাৰ বাবে আর্তনাদ কৰিছে।

সন্ত্ৰাসবাদীৰ এই নৰসংহাৰৰ আন কেতবোৰ মৰ্মান্তিক দৃশ্য সম্বলিত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। এনে এটা ভিডিঅ’ত দেখা গৈছে বহুসংখ্যক মহিলাই সহায় ভিক্ষা কৰি আৰ্তনাদ কৰিছে।

এই মহিলাসকলৰ এগৰাকীয়ে ‘আমাৰ মাজত ‘সাপ’ সোমাল। এজন মানুহ আহিলে আৰু মোৰ স্বামীক গুলীয়ালে।’ বুলি শুনিবলৈ পোৱা গৈছে। ভিডিঅ’টোত আন এগৰাকী মহিলাক অসহায়ভাৱে দৃষ্টি দি থকা দেখা গৈছে।

মহিলাগৰাকীৰ মুখত তেজৰ ছিটিকনি দেখা গৈছে। তদুপৰি এনে হৃদয়বিদাৰক এটা ভিডিঅ’ত বহুসংখ্যক আহত গুলিবিদ্ধ লোকক মাটিত বাগৰি থকা দেখিবলৈ পোৱা গৈছে।

এই ভিডিঅ’ত এগৰাকী আতংকজৰ্জৰ মহিলাই ‘অনুগ্ৰহ কৰি কোনোবা এজনে তেওঁ (মহিলাগৰাকীৰ স্বামী)ক চিকিৎসালয়লৈ নিয়ক। অনুগ্ৰহ কৰি সহায় কৰক’ বুলি আৰ্তনাদ কৰা শুনিবলৈ পোৱা গৈছে।

তেজেৰে লুতুৰি-পুতুৰি হৈ থকা এজন মানুহৰ ওচৰত এই মহিলাগৰাকীক থিয় হৈ থকা দেখা গৈছে। সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বহুসংখ্যক পৰ্যটকক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu-KashmirPahalgamPahelgam Terror AttackTerror Attack
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d