- অসম-মেঘালয় সীমান্তত সুৰক্ষা প্ৰদানৰ দাবীত প্ৰতিবাদ বিধায়িকা নন্দিতা দাসৰ ।
- বিধায়িকাগৰাকীয়ে কয় যে কোনো কাৰণতে যাতে অসমৰ মাটি মেঘালয়ক দিয়া নহয় ।
- সীমান্ত অঞ্চলত থকা গাৰো সম্প্ৰদায়ৰ ওপৰত সময়ে সময়ে হৈ থকা আক্ৰমণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ।
- সীমান্তত আৰক্ষীচকী স্থাপন কৰি অঞ্চলবাসীক নিৰাপত্তা দিয়াৰো দাবী কৰে বিধায়িকা দাসে ।
কোনো কাৰণতে যাতে অসমৰ মাটি মেঘালয়ক দিয়া নহয় : নন্দিতা দাস
-
By publisher
- Categories: Assam, India, News, Politics
- Tags: Assam Meghalaya bordernandita dasProtest
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024