ৰাজ্যত বৰদিনৰ ব্যাপক প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে অসমতো বৰদিনৰ ব্যাপক প্ৰস্তুতি । গুৱাহাটীৰ বজাৰ-হাটত দেখা গৈছে নানা ৰঙী লাইট, পাইন গছৰ লগতে বিভিন্ন সাজ-সজ্জাৰ সামগ্ৰী । অৱশ্যে এইবাৰ বজাৰত স্থান পোৱা নাই চীনা সামগ্ৰীয়ে । ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে ।

আনহাতে, গীৰ্জাসমূহতো ক’ভিড প্ৰ’ট’কল অনুসৰণ কৰি বৰদিন উদ্‌যাপনৰ প্ৰস্তুতি কৰা হৈছে । এই সন্দৰ্ভত শুনক যুৱ বিভাগৰ সহকাৰী পালকৰ ভাস্য –

Exit mobile version