অ’মিক্ৰনৰ ভয়াৱহ ৰূপ ! বাতিল ১১ হেজাৰৰো অধিক বিমান

plane uk

খ্ৰীষ্টমাছৰ অন্তত বিশ্বব্যাপী বন্ধৰ বিৰতিৰ পৰা উভতি অহা যাত্ৰীৰ মাজত বিশৃংখলতাৰ সৃষ্টি । অ’মিক্ৰন সংক্ৰমণৰ তাণ্ডৱত বিমান বাতিল হোৱাৰ ফলত লাখ লাখ লোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । কিয়নো ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কে’বাখনো ৰাজ্যত ক’ভিড-১৯ অভিলেখ স্তৰলৈ বৃদ্ধি পাইছে ।

শুকুৰবাৰৰ পৰা বিশ্বজুৰি প্ৰায় ১১,৫০০খন বিমান বাতিল কৰা হৈছে আৰু বছৰটোৰ অন্যতম ব্যস্ত ভ্ৰমণ কালত বিলম্ব হোৱা হেজাৰ হেজাৰ এয়াৰলাইনছে কৈছে যে অ’মিক্ৰন কৰ’না‌ভাইৰাছ বৃদ্ধি হোৱাৰ ফলত কৰ্মচাৰীৰ অভাৱ হৈছে ।

Exit mobile version