কৰ’নাত আক্রান্ত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী

9910bc55b65dbdbbc44beb203e8da0f0 original

কৰ’নাত আক্ৰান্ত সৌৰভ গাংগুলী। বৰ্তমান দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিভৃতবাসে ৰখা হৈছে গাংগুলীক । সোমবাৰে ৰাতিপুৱাই প্ৰাথমিক পৰীক্ষাত সৌৰভৰ কৰ’না পৰীক্ষাৰ ৰিপৰ্টত পজিটিভ হয়।

Exit mobile version