প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰূমণ বাতিল

9bbc9344a7dd907ba5fe9b213899e8aa original

জানুৱাৰীৰ প্ৰথম সপ্তাহত সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।অ’মিক্ৰনত আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ বাবেই লৈছে এই সিদ্ধান্ত । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ নতুন বৰ্ষৰ প্ৰথম বিদেশ ভ্ৰমণৰ কথা আছিল ছয় জানুৱাৰীত।

ADVERTISEMENT
Exit mobile version