ফকিৰাগ্ৰাম মণ্ডল বিজেপিৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত চিথিলাত

WhatsApp Image 2021 12 30 at 7.35.37 PM 1

বিজেপিৰ অসম প্ৰদেশ আৰু কোকৰাঝাৰ জিলাৰ নিৰ্দেশ অনুসৰি ফকিৰাগ্ৰাম মণ্ডলৰ প্ৰশিক্ষণ শিবিৰ চিথিলা কমিউনিটী হলত দিনজুৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

ADVERTISEMENT

অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ সভাপতি ৰাজ কুমাৰ ব্ৰহ্ম,‌ বি টি আৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, অসম প্ৰদেশ বি জে পি মহিলা মৰ্চাৰ উপ-সভানেত্ৰী কবিতা বসুমতাৰী, উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰথিন নাথ সিংহ, মণ্ডল সভাপতি মনোজ কুমাৰ ৰায়, কোকৰাঝাৰ জিলাৰ প্ৰাক্তন উপ-সভাপতি শান্তি ৰাম বৰ্মণ জিলাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম ৰায়,আৰু মণ্ডলৰ সকলো মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদকসকল,‌ বুথৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল আৰু আমন্ত্ৰিত অতিথিসকল‌ ।

প্ৰশিক্ষণ শিবিৰত মঞ্চ সঞ্চালন কৰে জিলা প্ৰশিক্ষণ বিভাগৰ কনভেনৰ অমিতাভ সাহায় ।

Exit mobile version