ম্যানমাৰত পুনৰ সামৰিক অভ্যুত্থান

210207091550 myanmar protest 0206

২০২১ বৰ্ষৰ এক উল্লেখনীয় ৰাজনৈতিক ঘটনা হ’ল ম্যানমাৰত পুনৰ সামৰিক শাসন প্ৰৱৰ্তন । বিদায়ী বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীত ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী তথা শান্তিৰ ন’বেলজয়ী আং ছান ছ্যু কীক ক্ষমতাৰ পৰা অপসাৰণ কৰি দেশখনত সামৰিক অভ্যুত্থান ঘটালে জুণ্টাই ।

বাৰ্মিজ সেনাই ছ্যু কীক ইয়াৰ পাছৰে পৰা গৃহবন্দী কৰি ৰাখে । সামৰিক শাসন প্ৰৱৰ্তনৰ পাছৰে পৰা বৰ্ষটোত গণতান্ত্ৰিকামীৰ বিক্ষোভ আৰু দেশজুৰি গৃহযুদ্ধ অব্যাহত আছিল ।

Exit mobile version