Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Civil Services Main Examination : কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ মেইন পৰীক্ষাৰ দিন পৰিৱৰ্তন ! কি ক’লে ইউপিএছচি-য়ে ?

publisher by publisher
January 5, 2022
in India, News
Reading Time: 1 min read
0
Civil Services Main Examination : কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ মেইন পৰীক্ষাৰ দিন পৰিৱৰ্তন ! কি ক’লে ইউপিএছচি-য়ে ?
2
SHARES
15
VIEWS
ShareShareShareShare

দেশত কৰ’না সংক্রমণৰ সংখ্যা বৃদ্ধি পোৱাত নির্ধাৰিত সময়ত (Civil Services Main Examination) পৰীক্ষা হ’ব নে নাই এই সন্দৰ্ভত প্রশ্ন উত্থাপন হৈছিল । যদিও পৰীক্ষাৰ আগতেই পৰীক্ষার্থী আৰু অভিভাৱকৰ মনৰ সন্দেহ দূৰ কৰিল কেন্দ্ৰীয় প্ৰশাসনিক সেৱা আয়োগে । কি ক’লে কর্তৃপক্ষ‌ই ?

ADVERTISEMENT

ইউপিএছচি-ৰ (UPSC) তৰফৰ পৰা এটা বিবৃতিত জনোৱা হয় যে, নির্ধাৰিত সময়সূচী অনুযায়ী প্ৰশাসনিক সেৱাৰ (মেইন) পৰীক্ষা সাত, আঠ, ন, ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ’ব । কৰ’নাৰ বিধিনিষেধৰ বাবে পৰীক্ষার্থীসকলৰ যাতে পৰীক্ষাস্থলত উপস্থিত হোৱাত সমস্যা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে ৰাজ্যসমূহক । পৰীক্ষার্থীসকলৰ ই-প্রৱেশপত্র (e-admit cards), পৰিচয়পত্রসমূহ (Identity card) যাতায়াতৰ পাছ হিচাপে গণ্য কৰিবলৈ কোৱা হৈছে পাবলিক ছাৰ্ভিচ কমিছনক । ক’ভিড সংক্রমণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ইউপিএছচি-য়ে ।

RelatedPosts

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ নলবাৰীত বি এন এছ এছৰ ১৬৩ ধাৰা জাৰ

Ambubachi Mela:অম্বুবাচীৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ কামৰূপ মহানগৰ বিদ্যালয় পৰিদৰ্শকৰ

Urgent Letter To The Chairman of Assam Public Service Commission:অসম লোকসেৱা আয়োগৰ অধ্যক্ষলৈ ছাত্ৰ সন্থাৰ জৰুৰী পত্ৰ

মূলতঃ, তিনিটা পর্যায়ত অনুষ্ঠিত কৰা হয় এই চিভিল ছার্ভিচ পৰীক্ষা । প্রিলিমিনাৰী, মেইন আৰু ইন্টাৰভিউৰ মাধ্যমত প্রার্থী নির্বাচন কৰা হয় । Indian Administrative Service (IAS), Indian Foreign Service (IFS) and Indian Police Service (IPS)ত নিযুক্তি দিয়া হয় এই পৰীক্ষাৰ জৰিয়তে । দেশৰ সর্বোচ্চ মর্যাদাৰ পরীক্ষা হিচাপে গণ্য কৰা হয় এই ছাৰ্ভিচক ।

সম্প্রতি চিভিল ছার্ভিচেছ (মেইন) পৰীক্ষাৰ সময়সূচী পৰিৱর্তনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল কিছুসংখ্যক পৰীক্ষার্থীয়ে । তেওঁলোকে আদালতক জনায় যে, কৰ’নাৰ সংক্রমণ বৃদ্ধিৰ সময়ত এই পৰীক্ষা পিছুৱাই দিয়া উচিত । কাৰণ পৰীক্ষাৰ অধিকাংশ কেন্দ্রই চহৰত আছে । য’ত জনসংখ্যাৰ ঘনত্ব অধিক হোৱাত সংক্রমণৰ শংকাও অধিক । সেয়ে আদালতে যেন তেওঁলোকৰ এই আবেদন চিন্তা কৰি চায় । তেওঁলোকে আৰু জনায় যে, তেওঁলোকৰ ভিতৰত এনে বহু পৰীক্ষার্থী আছে, যিসকলৰ এইটো পৰীক্ষাত বহাৰ আন্তিম সুযোগ । সেই ক্ষেত্রত পৰীক্ষা পিছুৱাই দিলে তেওঁলোকেও সময় পাব ।

কিয় পৰীক্ষাত সমস্যা ?

চিভিল ছার্ভিচ মেইন পৰীক্ষার্থীসকলৰ মতে, কৰ’নাকালত পৰীক্ষাত বহাতো তেওঁলোকৰ বাবে বৃহৎ সমস্যা‌ হৈ পৰিব । কাৰণ পৰীক্ষা হলে প্ৰৱেশ কৰাৰ আগতে উপযুক্ত টেষ্ট কৰা নহ’ব তেওঁলোকৰ । সামান্য পেৰাচিটামোল খালেই শৰীৰৰ তাপমাত্রা স্বাভাৱিক হৈ যাব পৰীক্ষার্থীসকলৰ । সেই ক্ষেত্রত সংক্রমিত হৈয়েই পৰীক্ষা দিবলৈ আহিব অনেকেই । ছয় ঘণ্টা সংক্রমিতসকলৰ স’তে পৰীক্ষা দিলে বাকীসকলৰ শৰীৰতো এই ভাইৰাছ বিয়পিব । প্রথম পৰীক্ষাত এই পৰিস্থিতি হ’লে কৰ’না আক্রান্ত হ’ব পাৰে যিকোনো পৰীক্ষার্থীয়ে । এবাৰ কৰ’না আক্রান্ত হ’লে পৰৱর্তী পৰীক্ষাবোৰো দিব নোৱাৰিব তেওঁলোকে । তদুপৰি পৰীক্ষা দিবলৈ আহি নিজৰ লগতে পৰিয়ালবৰ্গকো বিপদত পেলাব পৰীক্ষার্থীসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ExaminationUPSC Mains
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d