ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

istockphoto 527890380 612x612 1

মিজোৰামৰ চামফইত তিনি বাজি ৪২ মিনিটত ৫.৬ মেগনিটিউডৰ ভূমিকম্পৰ জোকাৰণি অনুভূত কৰে ৰাজ্যবাসীয়ে । মিজোৰামসহ মণিপুৰ, অসম আৰু উত্তৰ বংগটো এই জোকাৰণি অনুভূত হয় ।

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ চামফ‌ইৰ পৰা ৫৮ কিলোমিটাৰ দক্ষিণ-পূবত ।

এই পৰ্যন্ত কোনো ক্ষয়ক্ষতিৰ খবৰ লাভ হোৱা নাই ।

Exit mobile version