কৰ’নাৰ ফলত কোকৰাঝাৰ জিলাৰ আফলাগাও বেলগুৰী গাওৰ বড়ো ভাষাৰ যাত্ৰা পালাৰ শিল্পী, কলা কুশলীয়ে এতিয়া আৰ্থিক দুৰৱস্তাত ভূগিব লগীয়া হৈছে । দীৰ্ঘ দিনৰ পৰা যাত্ৰা পালা বন্ধ হৈ থকাত এই শিল্পী , কলা কুশলী সকলৰ অৱস্থা পানীত হাহ নচৰা হৈ খোৱা খাদ্যৰ লগতে সকলোতে অভাৱ অনাটনত ভূগিছে । মহামাৰী কৰোনাই বিগত দুটা বছৰত কাল ৰূপ ধাৰন কৰাত চৰকাৰে জাৰি কৰিছে এছঅপি। এই এছঅপিক মানি সৰ্বসাধাৰন ৰাইজেও অনুষ্ঠিত কৰা নাই মেলাৰ অনুষ্ঠান ।যাৰ ফলত যাত্ৰা পালা গান সমুহ বন্ধ হৈ থাকিব লগীয়া হৈছে । এই যাত্ৰা পালা গান সমুহ বন্ধ হৈ থকাত দুচিন্তাত দিন কটাবলগীয়া হৈ পৰাত অসম চৰকাৰ আৰু বিটিছি চৰকাৰৰ ওচৰত আৰ্থিক অনুদান বিচাৰিছে কোকৰাঝাৰ জিলাৰ যাত্ৰা পালাৰ শিল্পী সমাজে ।
কভিডৰ ফলত কোকৰাঝাৰত যাত্ৰা পালাৰ কলা কুশলীৰ দুৰৱস্তা
চৰকাৰলৈ আৰ্থিক সহায়ৰ আহ্বান শিল্পী সমাজৰ
-
By publisher
- Categories: COVID-19, Culture
- Tags: Assam covid 19Assam theatre
Related Content
UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !
By
publisher
May 8, 2024
'Disease X' Looms As A Potential Global Threat:কৰ'নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স'!
By
publisher
September 27, 2023
Covid Update : এমাহত বিশ্বত ক'ৰনাত মৃত্যু ১৪ হেজাৰ ! দেশত নিম্নমুখী সংক্ৰমণ
By
publisher
April 28, 2023
Covid -19 : চীনৰ ক'ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে
By
publisher
April 27, 2023
Coronavirus in India : দেশত পুনৰ ক'ভিডৰ আতংকৰ !মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিলে উৰিষ্যাত
By
publisher
April 25, 2023