নগাৱঁৰ ঘটনাক লৈ মহানগৰীত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।
ADVERTISEMENT
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰতিবাদ।
নগাৱঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বনৰ দাবী প্ৰতিবাদকাৰীৰ।
কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰো দাবী সংগঠন দুটাৰ।