গণৰাজ্য দিৱসৰ বাবে তালাচী অভিযান আৰম্ভ কলগাছিয়া আৰক্ষীৰ

গণৰাজ্য দিৱসত বা গণৰাজ্য দিৱসৰ আগে-পিছে যাতে কোনেও কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব পৰা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে তাৰ কাৰণে কলগাছিয়া আৰক্ষীক সষ্টম হৈ থকা দেখা গৈছে।

ADVERTISEMENT

কলগাছিয়া থানাৰ আৰক্ষীয়ে শওঁপুৰ ৰাজ্যিক ঘাই পথত প্ৰতি খন গাড়ী ৰখাই তালাচী চলোৱা দেখা যায়।

হেলমেট বিহীন দুচকীয়া বাহনৰ চালক আৰু আৰোহীকো জৰিমনা বিহে।

Exit mobile version