Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

publisher by publisher
May 15, 2025
in Assam, News
Reading Time: 2 mins read
0
Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Aaranyak announces media fellowship:

ভাৰতৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ, জীৱন আৰু বনাঞ্চল বা বনাঞ্চলৰ কাষৰীয়া গাঁৱত বাস কৰা গাঁৱলীয়া খিলঞ্জীয়া লোকসকলৰ জীৱিকাৰ বিষয়ে ৰিপ’ৰ্টিং কৰা পেছাদাৰী যুৱ সাংবাদিকৰ বাবে মিডিয়া ফেল’শ্বিপ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । মানৱ-প্ৰকৃতিৰ সম্পৰ্ক, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, বহনক্ষম জীৱিকা, আৰু সম্প্ৰদায়ভিত্তিক পৰিৱেশ-সাংস্কৃতিক পৰ্যটনৰ বিষয়ে বুজি লৈ জীৱন ধাৰণৰ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানক উদগনি যোগোৱা বহনক্ষম উন্নয়ন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক সামৰি সৃজনীশীল প্ৰতিবেদন প্ৰস্তুত কৰাত যুৱ সাংবাদিকসকলক সহায় কৰাই এই ফেল’শ্বিপৰ উদ্দেশ্যে ।

ADVERTISEMENT

মুঠ ৮ (আঠ)গৰাকী ফেল’ক এই ফেল’শ্বিপৰ বাবে বাছনি কৰা হ’ব আৰু প্ৰত্যেককে ৪০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। ফেল’শ্বিপৰ বাবে বাছনি কৰা সকলোকে জ্যেষ্ঠ সাংবাদিকে যাৱতীয় দিহা-পৰামৰ্শৰে সহায় কৰিব । আনহাতে ফেল’ সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব ।

#কোনে আবেদন কৰিব পাৰে?

বড়ো, কাৰ্বি, অসমীয়া, ইংৰাজী, বাংলা আদি ভাষাৰ ছপা মাধ্যম, ডিজিটেল মাধ্যম, সম্প্ৰচাৰ মাধ্যম আৰু আলোচনীত কৰ্মৰত যুৱ সংবাদকৰ্মীৰ লগতে ফ্ৰীলান্স সাংবাদিকেও এই ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰিব।

আবেদনকাৰীৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব আৰু তেওঁ অসমৰ বাসিন্দা হ’ব লাগিব। তেওঁলোকৰ পৰিৱেশ বিষয়ক সাংবাদিকতাৰ প্ৰতি গভীৰ ৰাপ, স্থানীয় লোকৰ সৈতে থাকি তৃণমূলৰ ইতিবাচক খবৰ সন্ধান কৰাৰ আগ্ৰহ থাকিব লাগিব আৰু বিভিন্ন মাধ্যমত প্ৰকাশিত প্ৰতিবেদনেত সৃজনীশীল লেখনিৰ দক্ষতা ফুটি উঠিব লাগিব ।

সংস্থাটোৱে ৰাজ্যখনৰ ষষ্ঠ অনুসূচীৰ এলেকাত কৰ্মৰত সাংবাদিকক এই ফেল’শ্বিপৰ বাবে আবেদন কৰিবলৈ অধিক উৎসাহিত কৰিছে । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ আবেদনকাৰীৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধ সীমা ৫ বছৰ ৰেহাই দিয়া হ’ব ।

কৰ্মৰত সাংবাদিক সকলে উপযুক্ত পদ্ধতিৰে আবেদন কৰিব লাগিব। সকলো আবেদনকাৰীয়ে তেওঁলোকৰ কামৰ বিষয়ে জ্ঞাত জ্যেষ্ঠ সাংবাদিকৰ পৰা দুখন প্ৰমাণপত্ৰ জমা দিব লাগিব । মহিলা আবেদনকাৰীক ফেল’শ্বিপৰ বাবে আবেদন কৰিবলৈ অধিক উৎসাহিত কৰা হৈছে ।

# ফেল’শ্বিপৰ সময়সীমা :

এই ফেল’শ্বিপ তিনিমহীয়া হ’ব । ফেল’সকলে ১০ দিন বা ততোধিক দিন ক্ষেত্ৰ অধ্যয়নত কটোৱাটো বাধ্যতামূলক । বাকী ৫০ দিনত প্ৰতিবেদন প্ৰস্তুত আৰু প্ৰকাশৰ কাম সম্পূৰ্ণ কৰিব লাগিব।

# প্ৰস্তাৱিত স্থান :

কাৰ্বি আংলং জিলাৰ ৰংমংভে ব্লকৰ কহঁৰা আৰু ডিৰিং অঞ্চল, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, অসম আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ আৰু বি টি আৰৰ বাকসা জিলাৰ দাওধৰা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও সমূহক এই ফেল’শ্বিপৰ বাবে গুৰুত্ব আৰোপ কৰিবলগা স্থান হিচাপে বাছনি কৰা হৈছে ।

#কেনেকৈ আবেদন কৰিব :

এই বিষয়ে অধিক জানিবলৈ আৰু আবেদন কৰিবলৈ আগ্ৰহী সকলে https://aaranyak.org/announcement/ ত চাব পাৰে ।

#আবেদনৰ অন্তিম দিন ২৫ মে’, ২০২৫

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aaranyak announcesGuwahatimedia fellowshipYouth journalist
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d