চিৰাঙৰ ৰুনিখাতাত অনুষ্ঠিত খেৰাই পুজা

চিৰাঙৰ ৰুনিখাতাত খেৰাই পুজা অনুষ্ঠিত । আজি বাথৌ ধৰ্মীয় উৎসৱ উপলক্ষে চিৰাঙৰ ভূটান সীমান্তৰ ৰুনিখাতা আশ্ৰাবাৰীত অনুষ্ঠিত হৈছে বড়ো সকলৰ বাথৌ ধৰ্মৰ খেৰাই পুজা ।

ৰাতিপুৱা চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে উদ্বোধন কৰে এই পুজাৰ। ৰাতিপুৱা ৰে পৰা এই পুজা চলিছে এইদৰে ।

Exit mobile version