ডাকঘৰত থাকিব এটিএম ৰ সুবিধা ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ ।
উত্তৰ -পূৰ্বাঞ্চলৰ বাবে ১,৫০০ কোটি টকা ঘোষণা অসম ,উঃপূবৰ যুৱক-মহিলাৰ বাবে হ’ব ব্যয় ।
মেক ইন ইণ্ডিয়াৰে জৰিয়তে ৬০ লাখ নিযুক্তিৰ লক্ষ্য বাজেটত ঘোষণা নিৰ্মল সীতাৰমণৰ।
দুই লাখ অংগনবাড়ী কেন্দ্ৰ উন্নীত কৰা হ’ব ।
পিএম হাউছিং প্লেনত ৪৮ হেজাৰ কোটি টকা ।
PMAY ৰ অধীনত ৮০ লাখ ঘৰ নিৰ্মাণ হ’ব ।
ঘৰে ঘৰে খোৱা পানীৰ আঁচনিৰ বাবে ৬০ হেজাৰ কোটি ।
এক দেশ এক পঞ্জীয়ন নীতিত গুৰুত্ব ।
সৌৰশক্তিৰ বাবে অতিৰিক্ত ১৯হেজাৰ ৫০০ কোটি আৱন্টন।
২০২৩ চনত আৰম্ভ হ’ব ডিজিটেল কারেন্সি।