গোসাইগাওঁত বীৰ সিদু-কানহু মুৰ্ম্মুৰ শ্বহীদ দিৱসৰ প্ৰস্তুতি

b8281f5d bf0b 4da7 b0b4 e2e7cf701381

কোকৰাঝাৰ জিলাৰ ভদেয়াগুৰীস্থিত কান্দানাপাৰাত আদিবাসী কোব্ৰা মিলিটেণ্ট অৱ অসম (আকমা), বিৰছা কামাণ্ডু ফৰ্ছ(বিছিএফ), অল আদিবাসী নেছনল লিৰ্বাৰেশন আৰ্মী (আনলা), আদিবাসী পিপলছ আৰ্মী (আপা), চাওঁতাল টাইগাৰ ফৰ্ছ (এছটিএফ)আদি পাঁচটাকৈ যুদ্ধবিৰতি সংগঠনৰ উদ্যোগত ১৬৭ সংখ্যক বীৰ সিদু-কানহু মুৰ্ম্মুৰ শ্বহীদ দিৱস পালনৰ প্ৰস্তুতি চলিছে।

গোসাইগাওঁ মহকুমাৰ ভদেয়াগুৰীস্থিত কান্দানাপাৰাত অহা ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া শ্বহীদ দিৱসৰ প্ৰস্তুতি তীব্ৰগতিত কৰা হৈছে বুলি অভ্যৰ্থনা সমিতিৰ সম্পাদক চন্দন হাসদাই জানিবলৈ দিয়ে।

Exit mobile version