খলিচানীমাৰী গাওঁত ক্ষত্রিয় উৎসৱ অনুষ্ঠিত

cb5a3db0 67ec 47c5 a292 b913a7a9933c

আজি ২৭ মাঘ ক্ষত্রিয় উৎসৱ উপলক্ষে কোকৰাঝাৰ জিলাৰ খলিচানীমাৰী গাওঁত কোচৰাজবংশী জনগোষ্ঠীয় লোকসকলে ক্ষত্রিয় উৎসৱ অনুষ্ঠিত কৰে।

তথ্য অনুসৰি আজিৰ দিনটোত অৰ্থাৎ ২৭ মাঘ তাৰিখে ক্ষত্রিয় উৎসৱত লগুন লোৱা হয়। ঠাকুৰ পঞ্চানন বাৰ্মায় উক্ত প্ৰথাটো আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে খলিচানীমাৰী গাওঁত আজি অনুষ্ঠিত হোৱা ক্ষত্রিয় উৎসৱত মুঠ ১৩ জন কোচৰাজবংশী যুৱকে লগুন লয় বুলি জানিব পৰা গৈছে।

Exit mobile version