দেশলৈ সুনাম কঢ়িয়ালে অসমীয়া চলচ্চিত্ৰ ‘চেমখৰ’-এ

E9NBenWVIAYJpcM

৭২ সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে ‘চেমখৰ’

ADVERTISEMENT

১২ ফেব্ৰুৱাৰীৰ নিশা ন বজাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব চেমখৰ

১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫.৩০ বজাত দ্বিতীয় বাৰৰ বাবে প্ৰদৰ্শিত হ’ব চলচ্চিত্ৰখন

এই ছবিখনৰ প্ৰযোজনা পৰিচালনা আইমী বৰুৱাৰ।

‘চেমখৰ’ৰ মুখ্য ভূমিকাতো অভিনয় জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ।

Exit mobile version