আমেৰিকাত ৪০ বছৰৰ পাছত মূল্যবৃদ্ধিৰ অভিলেখ,৭.৫ শতাংশলৈ বৃদ্ধি

DWXFEIDT3UI6ZITNDQQ4C2Y4SM

আমেৰিকাত বিগত ৪০ বছৰৰ পাছত মূল্যবৃদ্ধিয়ে নতুন অভিলেখ ৰচনা কৰিলে। দেশখনত সম্প্রতি মূল্যবৃদ্ধি ৭.৫ শতাংশলৈ বৃদ্ধি পাইছে।

ইয়াৰ পূর্বে ১৯৮২ বৰ্ষত আমেৰিকাত মূল্যবৃদ্ধিৰ সর্বাধিক হাৰ আছিল ৭.৬ শতাংশ। অৱশ্যে ২০২২ৰ জানুৱাৰীত দেশখনত মূল্যবৃদ্ধিৰ হাৰ ৭.৬ শতাংশ হৈছিল।

ফেব্ৰুৱাৰীত বর্তমানে আমেৰিকাৰ বজাৰত মূল্যবৃদ্ধিৰ হাৰ ৭.৫ শতাংশ অব্যাহত আছে।

Exit mobile version