Kim Jong Un : সময়মতে গছত ফুল নুফুলাত মালিক ছমাহ কাৰদণ্ড দিলে কিম জঙে !

1644999331 kim

১৬ ফেব্ৰুৱাৰীত পিতৃৰ জন্মবাৰ্ষিকী বিশেষ ফুলেৰে সজোৱাৰ সিদ্ধান্ত লৈছিল কিম জঙে। কিন্তু তেওঁৰ সেই আশাত চেঁচা পানী ঢালিলে মালীসকলে ।তাতেই ক্ষুব্ধ হৈ পৰিল উত্তৰ কোৰিয়াৰ প্ৰশাসক কিম জং উন ।

কিমৰ পিতৃ জং-ইলৰ নামেৰে সেই ফুলৰ নামাকৰণ কৰা হয় কিমজউঙগিলিয়াছ । বিশেষ প্ৰজাতিৰ এই ফুলৰ জন্য ফুলৰ বাবে উপযুক্ত বতৰৰ পৰিস্থিতিৰ প্ৰয়োজন।

সেউজগৃহত উপযুক্ত পৰিৱেশ সৃষ্টি কৰি উত্তৰ কোৰিয়াত এই ফুলৰ খেতি কৰা হয়। দৈনিক এনকে-ৰ প্ৰতিবেদনৰ মতে, ১৬ ফেব্ৰুৱাৰীত কিমৰ পিতৃৰ জন্মবাৰ্ষিকী। কিমে তেওঁৰ পিতৃক মূৰ্তি আৰু ছবিসমূহ কিমজউঙগিলিয়াছ ফুলেৰে সজাই তুলিব বিচাৰিছিল।

গ্ৰীণ হাউচৰ মেনেজাৰ হানক মাতি অনা হ’ল । তেওঁ আহিলে ঠিকেই। কিন্তু তেওঁ ফুল আনিব নোৱাৰিলে। কাৰণ তেওঁ সময়মতে গছত ফুল ফুলাবলৈ ব্যৰ্থ হৈছিল।

পিতৃৰ স্মৃতিত যি ফুলৰ নামাকৰণ কৰা হৈছে , সেই ফুল নোপোৱাত অগ্নিশৰ্মা হৈ উঠে কিম । ইয়াৰ পাছতে কিমে হান আৰু তেওঁৰ সকলো মালিক ছয় মাহৰ সশ্ৰম কাৰাদণ্ড ৰখাৰ নিৰ্দেশ দিয়ে।

Exit mobile version