Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পাৱাৰ-উদ্ধৱৰ স’তে বৈঠক কেচিআৰ-ৰ

publisher by publisher
February 21, 2022
in India, News
Reading Time: 1 min read
0
পাৱাৰ-উদ্ধৱৰ স’তে বৈঠক কেচিআৰ-ৰ
1
SHARES
6
VIEWS
ShareShareShareShare

যোৱা ডিচেম্বৰৰ আৰম্ভণিতে মুম্বাই ভ্ৰমণত গৈছিল তৃণমূলনেত্রী মমতা বেনাৰ্জী । প্রায় আঢ়ৈ মাহ পাছত এইবাৰ মুম্বাইতে অৱতীর্ণ হ’ল তেলংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও (কেচিআৰ) । এনচিপি প্রধান শৰদ পাৱাৰ আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰে আলোচনাত মিলিত হয় ।

ADVERTISEMENT

মমতাৰ ভ্ৰমণ আৰু ৰাৱৰ ভ্ৰমণৰ ঘোষিত উদ্দেশ্য একেই । বিজেপিৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ জোঁট । অঘোষিত উদ্দেশ্যও একেই । কংগ্রেছক বাদ দিয়েই আঞ্চলিক দলবোৰৰ বিৰোধী জোঁট তৈয়াৰ কৰাৰ চেষ্টা ।

RelatedPosts

‘পাকিস্তান কিন্তু মনে মনে বহি নাথাকে ’

What did Uddhav say after Congress’ failure in Haryana?হাৰিয়ানাত কংগ্ৰেছৰ ব্যৰ্থতাৰ পাছত কি ক’লে উদ্ধৱে?

Sharad also demanded strict anti-rape laws in Maharashtra:পশ্চিমবংগৰ আৰ্হিত মহাৰাষ্ট্ৰতো ধর্ষণ প্ৰতিৰোধী কঠোৰ আইনৰ দাবী শাৰদৰ

মহাৰাষ্ট্র ভ্ৰমণৰ আগতেই মমতাৰ স’তে কে চন্দ্রশেখৰ ৰাৱে আলোচনা কৰিছিল । বিৰোধী শাসিত ৰাজ্যত মোদী চৰকাৰ নিযুক্ত ৰাজ্যপালৰ ভূমিকাৰ বিৰুদ্ধে একজোঁট হোৱাৰ লগতে, আগন্তুক জুলাইত ৰাষ্ট্রপতি নির্বাচনত বিৰোধী শিবিৰৰ তৰফৰ পৰা কোনো এজনক ৰাষ্ট্রপতি পদপ্রার্থী কৰাৰ বিষয়েও আলোচনা হয় । ৰাজনৈতিক শিবিৰৰ অনেকেই ধাৰণা কৰিছে, পাৱাৰেই ৰাষ্ট্রপতি নির্বাচনত বিৰোধী জোঁটৰ প্রার্থী হ’ব পাৰে ।

মুম্বাইত পাৱাৰৰ ছিলভাৰ ওক বাংলোত গৈ তেওঁৰ স’তে আজি বৈঠকৰ পাছত কেচিআৰে জনাইছে, পাৱাৰে তেওঁক ‘আশীর্বাদ’ কৰিছে । বৈঠকত পাৱাৰ-কন্যা সুপ্রিয়া সুলেও উপস্থিত আছিল । ৰাৱে কয়, ‘‘পাৱাৰৰ অভিজ্ঞতা অমূল্য । এনে ধৰণৰ বৈঠক চলি থাকিব ।’’ বিৰোধী দলৰ নেতাসকলে অতি শীঘ্রেই একেলগে আলোচনাত বহিব বুলিও তেলেংগানাৰ মুখ্যমন্ত্রীয়ে জনাইছে । উদ্ধৱৰ স’তে ৰাৱৰ বৈঠকৰ পাছত দুয়োজনে সাংবাদিক সন্মিলন কৰে । উদ্ধৱে জনায়, তেওঁ আৰু ৰাৱে আগন্তুক দিনত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ স’তে আলাপ-আলোচনা কৰিব । বিজেপিৰ অবিহনে দেশক সঠিক পথত অনাই হ’ব তেওঁলোকৰ লক্ষ্য । উদ্ধৱৰ মন্তব্য প্রধানমন্ত্রী কোন হ’ব, সেয়া পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব ।

মহাৰাষ্ট্রত বিজেপিক ক্ষমতাৰ পৰা দূৰত ৰাখিবলৈ পাৱাৰে এনচিপি-ৰ স’তে শিৱসেনা, কংগ্রেছক একজোঁট কৰিছিল । ৰাষ্ট্ৰীয় স্তৰটো কংগ্রেছক বাদ দি বিজেপি-বিৰোধী জোঁট সম্ভৱ নহয় বুলি পাৱাৰে মত দিছে । ৰাৱে সম্প্রতি বিজেপি, কংগ্রেছৰ সমালোচনা কৰি তৃতীয় ফ্রন্টৰ আহ্বান কৰিছিল । পাছত অৱশ্যে তেওঁ কংগ্রেছক সহযোগ কৰাৰ চেষ্টা কৰিছিল । কিন্তু কংগ্রেছ নেতৃত্ব‌ই জনায়, ইমান দিন বিজেপিৰ স’তে থকা ৰাৱক বিশ্বাস কৰা সম্ভৱ নহয় ।

আজি অৱশ্যে ৰাৱে মুম্বাইত বিজেপিৰ শাসনকালত বিৰোধী দলৰ বিৰুদ্ধে কেন্দ্রীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে । উদ্ধৱেও বিজেপিৰ হিন্দুত্বৰ সমালোচনা কৰি কয়, ‘‘হিন্দুত্ব‌ই ভুল ৰাজনীতি নিশিকাই । কিছু লোকে কেৱল নিজৰ লক্ষ্য পূৰণত কাম কৰি আছে, লাগিলে দেশ ৰসাতলে যায় যাওক । আমি দেশক সঠিক পথত আনিব লাগিব । প্রধানমন্ত্রী কোন হ’ব, পাছত আলোচনা কৰা হ’ব ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KC RaoSharad PawarUddhav Thackeray
publisher

publisher

Related Posts

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d