Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Ukraine : পুতিনক বৈঠকৰ প্রস্তাৱ জেলেনস্কিৰ

publisher by publisher
February 21, 2022
in International, News
Reading Time: 1 min read
0
Ukraine : পুতিনক বৈঠকৰ প্রস্তাৱ জেলেনস্কিৰ
1
SHARES
13
VIEWS
ShareShareShareShare

ৰাছিয়াৰ অভিযানৰ সম্ভাৱনা বঢ়াৰ লগে লগেই ইউক্রেইনত বসবাসকাৰী শিক্ষাৰ্থীসহ সমস্ত ভাৰতীয়সকল দেশত উভতাৰ বার্তা দিলে নতুন দিল্লীয়ে । আজি দ্বিতীয় এডভাইজৰী জাৰি কৰি ইউক্রেইনৰ ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা কোৱা হৈছে, অতি প্রয়োজন নহ’লে শীঘ্ৰে যেন দেশলৈ উভতি আহে সকলো ভাৰতীয় । বাণিজ্যিক উৰনৰ লগতে চার্টার্ড ফ্লাইটৰ ব্যৱস্থাও কৰা হৈছে । সেয়ে ভাৰতীয় শিক্ষাৰ্থীসকলৰ ‘ষ্টুডেন্ট কনট্রেক্টৰ’-ৰ স’তে যোগাযোগ ৰাখিবলৈ পৰামর্শ দিয়া হৈছে । লগতে ভাৰতীয় দূতাবাসৰ ফেচবুক, টুইটাৰ আৰু ৱেবছাইটতো নিয়মিত বার্তা দিয়া হ’ব বুলি জনোৱা হৈছে ।

ADVERTISEMENT

ইয়াৰ উপৰি বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা কন্ট্র’ল ৰুমো খোলা হৈছে । যিসকলে বিমানৰ টিকিট পোৱা নাই, অথবা অন্য কোনো সাহায্যৰ বাবে কন্ট্র’ল ৰুমত যোগাযোগ কৰিব পাৰিব । এয়াৰ ইণ্ডিয়াই ২২, ২৪ আৰু ২৬ তাৰিখে তিনিটা বিশেষ বিমান চলাব ইউক্রেইনত । ইউক্ৰেইনৰ বৰিছপিল আন্তর্জাতিক বিমানবন্দৰৰ পৰা ভাৰতীয়সকলক উভতাই অনা হ’ব বিশেষ বিমানত ।

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো বাৰ্তা ভাৰতৰ পৰা অহা নাই : ক্ৰেমলিন

ইতিমধ্যে পূৱ ইউক্রেইনত ৰুছৰ ছত্ৰ-ছায়াত থকা বিচ্ছিন্নবাদী গোষ্ঠী আৰু ইউক্রেইন সেনাৰ মাজত উত্তেজনা বাঢ়িছে । পূৱ ইউক্রেইনত শতাধিক বিস্ফোৰণৰ খবৰ পোৱা গৈছে । পৰমাণু যুদ্ধৰ মহৰাও চলাইছে ৰাছিয়াই । তেনে পৰিস্থিতিতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কি ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ উদ্দেশ্যে বৈঠকৰ বার্তা দিছে । জেলেনস্কি মিউনিখ সন্মিলনত জনাইছে, শান্তিপূর্ণ সমাধানৰ বাবে কূটনৈতিক পথ অৱলম্বন কৰিব ইউক্রেইনে । ক্রেমলিনৰ বিৰুদ্ধে শীঘ্ৰে তেওঁলোকে প্রত্যাঘাত নকৰে বুলিও জনাইছে ।

অৱশ্যে জেলেনস্কিৰ বার্তাৰ আগতেই ৰুছ সমৰ্থিত বিচ্ছিন্নতাবাদী গোষ্ঠীয়ে জনাইছে, ডনবাছত ইউক্রেইন সেনাৰ আক্রমণত দুজন নাগৰিক নিহত হৈছে । তেওঁলোকৰ অধিকৃত অঞ্চলৰ বাসিন্দাসকলক শীঘ্ৰে ৰাছিয়ালৈ স্থানান্তৰিত কৰিববলৈ সাত লাখ পাছপ’র্টৰ ব্যৱস্থা কৰা হৈছে । পুতিনৰ মুখপাত্র দিমিত্রি পেছকভে জনায়, ডনবাছৰ পৰিস্থিতি গুৰুতৰ । ইউক্রেইনক সতর্ক কৰি তেওঁ জনাইছে, যিকোনো সৰু ঘটনাইও পৰিস্থিতি সলনি কৰি দিব পাৰে । ইয়াৰ পৰিণাম ভয়ানক হ’ব পাৰে । ৰাছিয়াই ক’তো আক্রমণ চলোৱাৰ পৰিকল্পনা কৰা নাই বুলি পশ্চিমীয়া দেশবোৰক বার্তাও দিছে পেছকভে ।

আজি জেলেনস্কিয়ে ৰুছ সমৰ্থিত বিচ্ছন্নতাবাদী গোষ্ঠীক সংঘর্ষবিৰতিৰ আবেদন জনায় । জেলেনস্কিৰ বার্তাই তেওঁলোকৰ প্রতিপক্ষে কিমান গুৰুত্ব দিছে, তাক লৈও সংশয় সৃষ্টি হৈছে । কাৰণ বেলাৰুছৰ ইউক্রেইন সীমান্তৱর্তী অঞ্চলত ৰাছিয়া আৰু বেলাৰুছৰ যি যৌথ মহৰা চলিছিল, সেয়া শেষ হোৱাৰ কথা আছিল আজি । কিন্তু মহৰাৰ ম্যাদ বঢ়োৱাৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট দুই দেশে ।

যুদ্ধৰ শংকাত ইউক্রেইনত বসবাসকালী দেশবাসীক উভতি অহাৰ বার্তা দিছে জার্মানী আৰু অষ্ট্ৰিয়াইও । কিভত অৱস্থিত নেটোৰ লিয়াজো কাৰ্যালয়ে তেওঁলোকৰ কর্মচাৰীসকলক ব্রাছেলছেত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে । ইউক্রেইনত অভিযান চলালে ৰাছিয়াই নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি জনায় ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰপতি উৰ্ছুলা ভন ডেৰ লেয়েনে । জেলেনস্কিও জনায়, এতিয়াই ৰাছিয়াৰ ওপৰত আর্থিক নিষেধাজ্ঞা বলৱৎ কৰা হ‌ওক । ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে জনাইছে, যুদ্ধৰ প্রস্তুতি কৰিছে ৰাছিয়াই । যি ১৯৪৫ৰ পাছত আটাইতকৈ বৃহৎ যুদ্ধাভিযান হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MeetingRussiaUkraineVladimir Putin
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d