যুদ্ধ সদৃশ পৰিৱেশ ইউক্ৰেইন-ৰাছিয়াৰ

russia wants ukraine badly 120

বৰ্তমান ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ সদৃশ পৰিৱেশ । ইতিমধ্যে পূৱ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ খবৰ পোৱা গৈছে । ইফালে ভাৰত তথা বিশ্বৰ বহুকেইখন দেশে বিশেষকৈ ইউক্ৰেনত বসবাস কৰা লোকসকল আৰু বিভিন্ন শিক্ষা অনুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ দেশলৈ উভতি আহিবলৈ আহ্বান জনাইছে ।

নুমলীগড়ৰ নুমলীগড় তেল শোধনাগাৰ নগৰাঞ্চলৰ তিনিগৰাকী ছাত্ৰীৰ ভিতৰত দুগৰকী ছাত্ৰী নিজ বাসগৃহত উপস্থিত হৈছে । নুৰ নওচিন ৰহমান আৰু মেঘনা দাস নামৰ দুগৰাকী ছাত্ৰীৰ নিজ বাসগৃহত আগমনত উৎফুল্লিত পিতৃ-মাতৃ । ইফালে এতিয়াও আন এগৰাকী ছাত্ৰী পূজা বৰদলৈ এতিয়াও ইউক্ৰেইনত থকাক লৈ চিন্তিত পিতৃ-মাতৃ ।

Exit mobile version