নগাঁৱৰ চামগুৰিৰ ৰঙগড়াত ৩৭ নম্বৰ ঘাইপথত পাঁচ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ

f069dbe1 dfce 4db9 93a6 1cdaf938a71b

পুৱা ৮-৩০ বজাত চামগুৰি আৰক্ষী আৰু নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল তালাচী।

এক লাখ য়্যাবা নিচা জাতীয় টেবলেট সহ এএচ ০২ ই ক্যিউ ৫৮৭৮ নম্বৰৰ জব্দ এখন চুইফ্ট ডিজায়াৰ গাড়ী।

ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতে ড্ৰাগছ সহ দুজন ড্ৰাগছ বেপাৰীক আটক আৰক্ষীৰ।

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী কেইজন পুৱ মণিপুৰ জিলাৰ য়্যাৰিপক গাঁৱৰ হালিম খানৰ পুত্ৰ আৰিচ খান(৩০) আৰু আব্দুল ৰহমানৰ পুত্ৰ ছনিচ খান(৩৪)।

Exit mobile version