Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ৰুচ্ছ আক্ৰমণত ক্ষত-বিক্ষত ইউক্রেইন

কোলাত কেঁচুৱা লৈ স্বদেশ এৰি পলায়ন

publisher by publisher
February 26, 2022
in International, News
Reading Time: 1 min read
0
ৰুচ্ছ আক্ৰমণত ক্ষত-বিক্ষত ইউক্রেইন
1
SHARES
6
VIEWS
ShareShareShareShare

ধাৰাবাহিক ক্ষেপণাস্ত্র আৰু বােমাৰ আঘাতত ক্ষত-বিক্ষত ইউক্রেইন। ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছিল যে সামৰিক অভিযান আৰম্ভ কৰা হৈছে, যুদ্ধ নহয়।

ADVERTISEMENT

ইউক্রেইনৰ সামৰিক ঘাটিবােৰেই ৰুছ বাহিনীৰ লক্ষ্য বুলিও পুটিনে কৈছিল। লগতে ইউক্রেইনৰ সাধাৰণ জনতাৰ কোনাে ক্ষয়-ক্ষতি নহয় আৰু নাগৰিকসকলে ৰাজধানী কিয়েভকে ধৰি নগৰ-চহৰ পৰিত্যাগ কৰিব নালাগে বুলিও আশ্বস্ত কৰিছিল যদিও তাক বিশ্বাসত হােৱা নাছিল ইউক্রেনবাসীয়ে।

RelatedPosts

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

অৱশেষত এনে আশংকাতে সত্য প্রমাণিত কৰি শুকুৰবাৰে পুৱাৰ পৰা কিয়েভৰ বাসিন্দাৰ নিদ্রা হৰিলে ভয়াৱহ বিস্ফোৰণৰ শব্দই। চহৰখনত দুটা বিস্ফোৰণৰ প্রচণ্ড শব্দই তীব্র আতংকৰ সৃষ্টি কৰে।

বৃহস্পতিবাৰৰ পৰা পুটিনে আৰম্ভ কৰা হিংসাত্মক আক্রমণৰ শুকুৰবাৰে দ্বিতীয় দিনা ইউক্রেইনৰ ৰাজধানী কিয়েভৰ ৰাজপথত ৰাছিয়াৰ দখলদাৰী বাহিনীৰ বিৰুদ্ধে যুঁজত নামি পৰে ইউক্রেইনৰ বাহিনীয়ে।

দেশখনৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ জেলেনস্কীয়ে নাগৰিকসকলক লক্ষ্য কৰি লােৱা বুলি মস্কোৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰাৰ লগতে আন্তর্জাতিক নিষেধাজ্ঞা অধিক কঠোৰ ব্যৱস্থাৰ দাবী জনায়।

কিয়েভত দ্বিতীয় দিনা পুৱতি নিশা কঁপাই যায় ভয়াৱহ বিস্ফোৰণৰ শব্দই। পশ্চিমীয়া দেশসমূহে সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰিব বুলি সকীয়নি দিয়াৰ পাছতাে ৰুছ ৰাষ্ট্রপতি পুটিনে ধ্বংসলীলা অব্যাহত ৰাখিছে।

প্রথমদিনাৰ সশস্ত্র অভিযানৰ পাছতে বহু জীৱন হানি হােৱা বুলি, কমেও এক লাখ লােক গৃহচ্যুত হােৱা বুলি তথ্য সদৰী কৰা হয়। মনকৰিবলগীয়া যে ইতিমধ্যে মার্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰজোঁটসমূহে নিষেধাজ্ঞাৰ কঠোৰতা বৃদ্ধি কৰি গৈ আছে যদিও ৰুছ স্থল আৰু বায়ু সেনাবাহিনীয়ে এটাৰ পাছত আনটো অভিযানৰ বিজয় উল্লাস প্রদর্শন কৰি গৈছে।

ইউক্রেইনৰ বৈদেশিক মন্ত্রী ডিমিট্র কুলেবাই টুইটাৰত প্ৰকাশ কৰা মতে কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা ভয়ংকৰ আক্রমণ কৰা হৈছে। ইয়াৰ প্ৰচণ্ড শব্দই আতংক বহুগুণে বৃদ্ধি কৰিছে। তেওঁ কয়, ১৯৪১ত নাজী জার্মানীৰ আক্ৰমণত আমাৰ ৰাজধানীত এনেকুৱা অভিজ্ঞতা হৈছিল। ইউক্রেইনে সেই অপশক্তিক পৰাজিত কৰিছিল আৰু এইবাৰাে কৰিব।

ক’লা ধোঁৱাই আকাশ আৱৰিলে

ইউক্রেইনৰ আকাশ ৰুছ সামৰিক বিমানৰে ভৰি পৰিছে। গুলি-বাৰুদেৰে আক্রমণ চলিছে ৰাজপথত। ৰকেট কঢ়িওৱা টেংকৰ আক্ৰমণ সমানে অব্যাহত আছে।

ৰাছিয়া আৰু ইউক্রেইন যুদ্ধৰ দ্বিতীয় দিনা পুটিন সেনাৰ আক্ৰমণত মূৰৰ ওপৰৰ চালি হেৰুৱালে বহু সাধাৰণ মানুহে। কিয়েভৰ পৰা ছুহুইভ, খাৰকিভৰ পৰা মাৰিয়ু’পুল, সমগ্র ইউক্রেইনজুৰি ধ্বংসলীলাৰ হাহাকাৰ।

যুদ্ধৰ প্রথম দিনা ছুহুইভৰ বিস্তীর্ণ আকাশ ক’লা ধোঁৱাৰে ঢাক খাইছিল। পুৱাৰ সূৰুযৰ কিৰণে ধৰিত্ৰী স্পর্শ কৰাৰ মুহূর্ততে খাৰকিভৰ পৰা কিছু নিলগৰ ছুহুইভৰ ইউক্রেইনৰ সেনাবাহিনীৰ বিমানকোঠত আক্রমণ চলায় ৰাছিয়াই।

সমান্তৰালভাৱে দেশখনৰ পূৰ্বাঞ্চলৰ ডনবাছ, দক্ষিণৰ ক্রিমিয়া, বন্দৰ চহৰ অডেছাৰ উপৰ বেলাৰুছ সংলগ্ন উত্তৰ ইউক্রেইনৰে তিনিমুখী আক্রমণ কৰে ৰুছ সেনাই।

ক্ৰমাৎ এই আক্রমণৰ তীব্রতা বৃদ্ধি কৰিবলৈ ধৰে ৰাছিয়াই। ইউক্রেইনৰ পশ্চিমৰ দিশতাে ৰাছিয়াই আক্রমণ চলাইছিল। আজি পুৱা ৰাষ্ট্রপতি জেলেনস্কীয়ে দাবী কৰে যে আক্ৰমণত ১৩৭ জন ইউক্রেইনৰ নাগৰিকে প্রাণ হেৰুৱাইছে।

ইয়াৰ বিপৰীতে আহতৰ সংখ্যা কমেও ৩১৬ জন। আকাশী পথত আক্ৰমণৰ সময়ত ইউক্রেইনৰ সেনা ঘাটিৰ লগতে সাধাৰণ মানুহৰ ঘৰাে ধূলিসাৎ হৈছে। ৰাছিয়াৰ ৰকেট আক্ৰমণত মূৰে-কপালে হাত দিছে ছুহুইভৰ সাধাৰণ জনতাই। যুঁজাৰু বিমানৰ আক্ৰমণত খাৰকিভৰ অসংখ্য বাসিন্দাৰ ঘৰবােৰ প্রায় ধূলিসাৎ হৈ পৰিছে।

কাৰােবাৰ ঘৰলৈ উফৰি আহিছে কংক্রীটৰ ছাই, ঘৰবােৰ ধূলিৰ আৱৰণত পােত খাইছে। নিৰাপদ আশ্রয়ৰ সন্ধানত ইউক্রেইনৰ নাগৰিকে ঢাপলি মেলিছে।

মেট্র’ ৰেল বা বাছ আস্থানত মানুহৰ ভিৰত ভৰি থ’বলৈ ঠাই নাই। কিয়েভৰ দৰে ব্যস্ত চহৰতাে একেখনে ছবি। যিসকলে পাৰিছে তেওঁলােকে চহৰ এৰিবলৈ ব্যাকুল হৈছে।

হিংসাৰ প্ৰথম দিনাই মাৰিয়ু’পুলৰ বহুতেই নিৰাপদ আশ্রয়ৰ সন্ধান লাভ কৰে যদিও এই আতংকৰ অন্ত ক’ত? সেয়া এতিয়া সাধাৰণ মানুহৰ মনত একমাত্র প্রশ্ন। আশ্রয় গৃহৰ পৰা জীৱন্তে ঘৰলৈ যাব পাৰিবনে?

ঘৰবােৰ জানাে থাকিব? ৰুছ ৰকেটৰ আক্ৰমণত কীয়েভৰ বহু ঘৰ-বাৰী কংক্রিটৰ গুড়িত পৰিণত হৈছে। ৰাছিয়াৰ এই আক্রমণৰ মাজতে সুযােগ বুজি ঘৰৰ বাহিৰলৈ সামান্য ওলাই আহিছে বহুতেই। ‘চৌপাশে লােহা, কংক্রিট আৰু কাঁচৰ টুকুৰা মাথোঁ।’ এইদৰে কয় আতংকিত বাসিন্দাই।

মাৰিয়ু’পুলত ইউক্রেইনৰ সেনাবাহিনীৰ ঘাটিৰ উপৰি বহু বাসিন্দাৰ ঘৰবাৰীসহ অসংখ্য গাড়ী ভাঙি ছিঙি গৈছে। ঘৰৰ বাহিৰত পার্ক কৰি থােৱা গাড়ীবােৰ ৰকেটে চূর্ণ-বিচূর্ণ কৰি তুলিছে। এই আতংকৰ দৃশ্যও বহুতে কেমেৰাত বন্দী কৰিছে।শুকুৰবাৰে পুৱাৰে পৰা বিস্ফোৰণৰ শব্দই আতংকৰ জগতৰ মাজলৈ লৈ যায় কিয়েভৰ বাসিন্দাক।

আত্মীয়-স্বজনৰ কুশল বতৰা সুধিবলৈ ম’বাইলযােগে যােগাযােগ প্রায় অসম্ভৱ হৈ পৰা বুলি কয় স্থানীয় বাসিন্দাই। বিভিন্নজনে শিশু সন্তানক কোলাত লৈ বাছ আস্থানৰ দিশে কেৱল ঢাপলি মেলিছে। কোলাৰ সন্তানক লৈ এই মাতৃসকলে কিয়েভ এৰিবলৈ বেপৰােৱা হৈ পৰিছে।

বাছৰ অপেক্ষাত ৰখি থকা এইসকল মহিলাৰ বাবে এতিয়া সন্মুখৰ ভৱিষ্যৎ অন্ধকাৰ-অনিশ্চিত। কিমান দিন যুদ্ধ চলিব সেয়া কোনেও নাজানে। সমান্তৰালভাৱে নিত্য প্রয়ােজনীয় সামগ্রী মজুত কৰিবলৈ আন একাংশই আপ্রাণ চেষ্টা চলাইছে। কিয়েভত এতিয়া জলসংকটেও দেখা দিছে।

কিয়েভৰ উত্তৰ দিশৰ এখন জিলা অব’ল’নস্কীত পথচাৰীসকলে প্ৰাণৰ মমতাত দৌৰাদৌৰি ভাইৰেল হৈছে। ক্ষুদ্র অস্ত্র চালনা আৰু বিস্ফোৰণৰ শব্দই কঁপাই তুলিছে অঞ্চলটো। বৃহস্পতিবাৰে কিয়েভৰ উপকণ্ঠ অঞ্চলত ৰুছ বাহিনী আহি উপস্থিত হােৱাৰ লগে লগে অব’লনস্কীক আতংকই ঘেৰি ধৰে।

হেলিকপ্টাৰৰ পৰা কৰা আক্ৰমণত চহৰখনৰ সমীপৰ এয়াৰফিল্ডত বিস্ফোৰণ সংঘটিত হয়। ইউক্রেইনৰ সেনাই কয় যে গ’ষ্ট্র’মেলৰ বায়ুসেনা ঘাটিত ৰুছ আক্রমণ প্রতিহত কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ৰুছ স্থলবাহিনীয়ে বেলাৰুছৰ পৰা নাইপাৰ নৈৰ পশ্চিম ঘাটেৰে চহৰখনলৈ অগ্ৰসৰ হয়।

অব’নল’স্কীত ৰুছ বাহিনীয়ে ভৰি পৰাৰ লগে লগে ইউক্রেইনৰ প্ৰতিৰক্ষা মন্ত্রীয়ে বাসিন্দাসকলক প্রত্যুত্তৰ দিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘আমি নাগৰিকসকলক ৰুছ বাহিনীৰ গতি-বিধিৰ তথ্য জনাবলৈ কৈছাে আৰু পেট্রল বােমা নিক্ষেপ কৰি শত্ৰুক প্রতিহত কৰিবলৈ আহ্বান জনাইছাে।’ ইউক্রেইনৰ মতে, সাধাৰণ নাগৰিক আৰু সেনাকে ধৰি ৰুছ আক্ৰমণত ১৩৭ জন নিহত হৈছে।

মৃত্যুয়ে শ্রেয়

ইউক্রেইন সীমান্তৰ এখন গাঁও। এই গাঁওখনত দীর্ঘ বছৰ ধৰি কিয়েভৰ বাহিনী আৰু বিদ্রোহীৰ মাজত সংঘাত অব্যাহত আছে। এই গাঁওখনতে পুৱাৰে পৰা ক্ষেপণাস্ত্ৰৰ বৰষুণ হ’বলৈ ধৰে আৰু বিদ্যুৎ সংযােগ ব্যাহত হয় বুলি কয় ভ্লাদিমিৰ  ভেছেলকিন নামৰ বিষয়াজনে।

‘তেওঁলােকে এই পৃথিৱীৰ পৰাই গাঁওখন নিচ্ছিন্ন কৰিব বিচাৰিছে।’ গভীৰ হতাশাত এইদৰে কয় বিষয়াজনে। উত্তৰ ইউক্রেইনৰ ছুহুইভৰ এজন আঘাতপ্রাপ্ত নাগৰিক অলেনা কুৰিল’ই কয়, ‘কোনাে আঘাতে মােক তলাব নােৱাৰে। কোনাে পৰিস্থিতিতে মই পুটিনৰ ওচৰত আত্মসমর্পণ নকৰাে। তাতকৈ মৃত্যুৱে শ্রেয়।’ কুৰিল’ হৈছে ৫২ বছৰীয়া শিক্ষক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RussiaUkraineWar
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d