বিয়লি আঢ়ৈ বজাত চিৰাঙৰ বেংতল-টুক্ৰাঝাৰ অঞ্চলত হোৱা শিলা-বৰষুণৰ ফলত বহু লোকৰ ঘৰৰ মূধচ ক্ষতিগ্ৰস্ত হয় । ঠায়ে ঠায়ে বৰফ সদৃশ শিল জমা হোৱাও পৰিলক্ষিত হয় ।
বেংতল, বালাঝাৰ, টুক্ৰাঝাৰ, অণ্ঠাইবাৰীকে আদি কৰি বহু কেইখন গাঁও ক্ষতিগ্ৰস্ত ।
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.