Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ukraine-Russia Conflict : ইউক্রেইনত প্রাণ হেৰুৱালে আন এজন ভাৰতীয় মেডিকেল ছাত্ৰ‌ই, আক্রান্ত হয় হৃদৰোগত

publisher by publisher
March 2, 2022
in India, International, News
Reading Time: 1 min read
0
Ukraine-Russia Conflict : ইউক্রেইনত প্রাণ হেৰুৱালে আন এজন ভাৰতীয় মেডিকেল ছাত্ৰ‌ই, আক্রান্ত হয় হৃদৰোগত
1
SHARES
13
VIEWS
ShareShareShareShare

ইউক্রেইনত প্রাণ হেৰুৱালে দ্বিতীয় ভাৰতীয় ছাত্ৰ‌ই । ছাত্ৰজনৰ নাম চন্দন জিন্দাল (২২) । চন্দন পঞ্জাৱৰ বাৰনালাৰ বাসিন্দা । তেওঁ ইউক্রেইনৰ ভিন্নিতছিয়াৰ ভিন্নিতসৃছিয়া নেচনেল পাইৰোগভ মেমোৰিয়েল মেডিকেল ইউনিভাৰ্চিটিৰ ছাত্র আছিল । তথ্য অনুসৰি, ছাত্ৰজন ভিন্নিতছিয়াৰ এখন হাস্পাতালত ভর্তি আছিল । তাতেই তেওঁ হৃদৰোগত আক্রান্ত হয় আৰু বুধবাৰে পুৱা মৃত্যুক সাৱটি লয় । চন্দনৰ পিতৃয়ে ইতিমধ্যে ভাৰত চৰকাৰক তেওঁৰ মৃতদেহ দেশত ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে ।

ADVERTISEMENT

উল্লেখ্য, ইউক্রেইনত ৰুছ আক্ৰমণৰ সন্মুখীন হৈ নিহত হয় প্রথম ভাৰতীয় ছাত্ৰ । মঙলবাৰে খাৰকিভত বোমা বিস্ফোৰণৰ ফলত এই ভাৰতীয় শিক্ষাৰ্থীজনৰ মৃত্যু হয় । তেওঁ উত্তৰ কর্নাটকৰ বাসিন্দা আছিল । মৃত ছাত্রজনৰ নাম নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ । নবীন মেডিকেল কলেজৰ চতুর্থ বর্ষৰ ছাত্র আছিল । নিহত ভাৰতীয় শিক্ষাৰ্থীজনৰ এজন বন্ধুৱে জনায়, খাদ্য আনিবলৈ বাহিৰলৈ গৈছিল তেওঁৰ বন্ধু । বাকীসকল হোষ্টেলত আছিল যদিও নবীন ফ্লেটত ভাৰা আছিল । সেই ফ্ল্যাটটো ঠিক গভর্নৰ হাউছৰ পাছফালে । তাতেই আক্ৰমণ চলাইছিল ৰুছ সেনাই ।

RelatedPosts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

ভাৰত এৰি যোৱাৰ সময়তে অমৃতসৰত মৃত্যু পাকিস্তানী নাগৰিকৰ 

কুলগামত ভাঙি দিয়া হ’ল পহলগাম আক্ৰমণৰ আৰু দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ

নবীনৰ মৃত্যুৰ পাছতেই কূটনৈতিক সক্রিয়তা আৰম্ভ কৰে নৰেন্দ্র মোদী চৰকাৰে । মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ৰুছ আৰু ইউক্রেইনীয় ৰাষ্ট্রদূতক তলব কৰি এই বিষয়ত কঠোৰ প্রতিক্রিয়া জনোৱা হৈছে বুলিও বৈদেশিক মন্ত্রণালয় সূত্রে খবৰ ।

অৱশ্যে কিভত আৰু কোনো ভাৰতীয় আবদ্ধ নাই । মঙলবাৰে এই দাবী কৰিলে কেন্দ্র‌ই । এই প্রসংগত বৈদেশিক সচিবে জনায়, কিভত ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে । ৰুছ সামৰিক অভিযানৰ বাবে দূতাবাসৰ কর্মচাৰীসকলকো অন্য স্থানত স্থানান্তৰিত কৰা হৈছে । আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশত উভতাই আনিবলৈ আগন্তুক তিনি দিনত ইউক্রেইনৰ পার্শ্বৱর্তী দেশসমূহৰ বিভিন্ন বিমানবন্দৰত মুঠ ২৬খন বিমান যাব বুলিও কেন্দ্র‌ই জনাইছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chandan JindalDeathMedical StudentUkraine
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d