ক’ভিড আক্ৰান্ত অভিনেত্রী কৰিস্মা কাপুৰ

kareena kjol chat karsima main

কৰ’না আক্রান্ত জনপ্ৰিয় অভিনেত্রী কৰিস্মা কাপুৰ । তেওঁ আক্রান্ত হোৱাৰ খবৰ জনাইছে ভগ্নী কৰিনা কাপুৰ খানে ।

কৰিনাই জনায়, ‘‘ল’ল’ (কৰিস্মাৰ ঘৰত মতা নাম) কালি কৰ’নাত আক্রান্ত হৈছে ।’’

যোৱা ডিচেম্বৰত কৰিনাই কৰ’না আক্রান্ত হৈছিল । তেওঁৰ লগতে আক্রান্ত হৈছিলেন তেওঁৰ প্রিয় বান্ধৱী অভিনেত্রী অমৃতা অৰোৰা । ক’ভিড বিধি উলংঘা কৰি পার্টী কৰাৰ অভিযোগ আছিল তেওঁলোকৰ বিৰুদ্ধে ।

Exit mobile version