মাজুলীৰ নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ সমালোচনা ৰাইজৰ দলৰ মুখপাত্ৰৰ

মাজুলীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈ প্ৰাৰ্থীক গৰুৰ লগত তুলনা কৰাৰ বাবে মুখ্যমন্ত্ৰীক এতিয়া তীব্ৰ সমালোচনা কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই ।

দেৰগাঁৱৰ ৰাইজৰ দলৰ একমাত্ৰ প্ৰাৰ্থী অপৰাজিতা দাসৰ প্ৰচাৰৰ বাবে অহা জ্ঞানশ্ৰী বৰাই সাংবাদিকৰ সন্মুখত ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ।

Exit mobile version