দেৰগাঁৱত ১৭৮৫০ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব ২৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে দেৰগাঁৱতো আজি অনুষ্ঠিত হৈছে পৌৰসভাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া‌ ।

দেৰগাঁও পৌৰসভাৰ মুঠ ১৭৮৫০ গৰাকী ভোটাৰে নিৰ্দ্ধাৰণ কৰিব ২৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।

দেৰগাঁৱত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশৰ এক প্ৰতিবেদন ।

Exit mobile version