Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

সংকটত কেৱল ইউক্রেইন ?

প্রাঞ্জলসেন ডেকা

publisher by publisher
March 7, 2022
in Opinion
Reading Time: 1 min read
0
সংকটত কেৱল ইউক্রেইন ?
2
SHARES
15
VIEWS
ShareShareShareShare

টিভিৰ পৰ্দাত ৰাষ্ট্ৰপতিৰ অভিনয় কৰি পৰৱর্তী পর্যায়ত বিপুল ভােটত নির্বাচিত হৈ ৰাষ্ট্ৰপতিৰ পদ অধিকাৰ কৰা ভাডিমিৰ জেলেন’স্কীৰ দৃঢ় নেতৃত্বত ইউক্রেইনে শক্তিশালী ৰাছিয়াৰ আক্রমণ প্রতিৰােধৰ বাবে যৎপৰােনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে।

ADVERTISEMENT

অৱশ্যে আমেৰিকাকে ধৰি ইউৰােপৰ শক্তিধৰ দেশসমূহে কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছতাে ৰাছিয়াক প্ৰতিৰােধ কৰাটো এই মুহূর্তত সম্ভৱ হ’ব যেন ধাৰণা নহয়। ৰুছ ৰাষ্ট্রপতি ভাডিমিৰ পুটিনে এনেধৰণৰ পৰিণতিৰ বিষয়ে অৱগত নােহােৱাকৈয়ে নিশ্চয় ইউক্রেইন দখল অভিযানৰ পৰিকল্পনা কৰা নাছিল; বৰঞ্চ আর্থিক দিশত ক্ষতিৰ সন্মুখীন হ’ব বুলি জানিও নিষেধাজ্ঞাসমূহলৈ পৰােৱা নকৰি লক্ষ্য পূৰণ নােহােৱা পর্যন্ত আক্রমণ অব্যাহত থাকিব বুলি পুটিনে ভাবুকিহে প্ৰদান কৰিছে।

RelatedPosts

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

ৰাছিয়া আৰু ইউক্রেইনৰ ইতিহাস প্রায় একেই। ১৯১৮ত ৰুছ বিপ্লৱৰ পাছত ইউক্রেইনে স্বাধীনতা ঘােষণা কৰে যদিও তিনি বছৰ পাছত ১৯২১ত ৰাছিয়াৰ ৰেড আর্মিয়ে ইউক্রেইনৰ দুই-তৃতীয়াংশ দখল কৰি পুনৰ ছােভিয়েট শাসন প্রতিষ্ঠা কৰে।

তাৰ সুদীর্ঘ কালৰ পাছত ছােভিয়েট ইউনিয়নৰ পতনৰ সুযােগ লৈ ১৯৯১ত ইউক্রেইনে পুনৰ স্বাধীনতা অর্জন কৰে। তাৰ পাছৰে পৰা পশ্চিম ইউৰােপৰ স’তে দৃঢ় সম্পর্ক গঢ়ি তুলিবলৈ চেষ্টা চলাই আহিছে। ইউক্রেইনৰ পশ্চিম ইউৰােপ মুখাপেক্ষী ভূমিকাই ৰাছিয়াৰ সমুখত প্রত্যাহ্বান সৃষ্টি কৰিবলৈ ধৰে।

ইউক্রেইনৰ জৰিয়তেই পশ্চিমীয়া শক্তিসমূহে ৰাছিয়া বিৰােধী কার্যকলাপ চলাই নিয়া বুলি মস্কোৱে শংকা প্রকাশ কৰি আহিছে। ইউৰােপৰ এই দ্বিতীয় সর্ববৃহৎ মাটিকালিৰ দেশখন অতি সাৰুৱা কৃষিভূমিৰ উপৰি পূব দিশত বৃহৎ সংখ্যক গুৰু উদ্যোগৰে পৰিবেষ্টিত। ৬,০৩,৭০০ বর্গ কিলােমিটাৰ মাটিকালিৰ ইউক্রেইনৰ মুঠ জনসংখ্যা চাৰি কোটি ৪৯ লাখ।

লােৰ আঁকৰ, কয়লা, প্রাকৃতিক গেছ, খাৰুৱা তেল, মেংগানিজ,লােণ, কাঠ আদিকে ধৰি প্রাকৃতিক সম্পদৰ অধিকাৰী হ’লেও বিশুদ্ধ খােৱা পানীৰ যােগান এটি দীর্ঘদিনীয়া সমস্যা। তদুপৰি প্ৰদূষণ, বন ধ্বংস আদিও উদ্বেগৰ কাৰণৰূপে চিহ্নিত হৈ আহিছে। আয়তনত দ্বিতীয় সর্ববৃহৎ অথবা প্রাকৃতিক সম্পদত চহকী হ’লেও ইউক্রেইনৰ আর্থিক অৱস্থা আশাব্যঞ্জক নহয়।

ই ইউৰােপৰ দৰিদ্রতম দেশসমূহৰহে অন্যতম। নিম্ন-মধ্য আয়ৰ দেশখনত দুর্নীতিৰ মাত্রাও অতি ভয়াৱহ। লক্ষ্যণীয় যে ইউক্রেইনৰ বিদ্যুৎ উৎপাদনৰ অর্ধেকাংশই হয় পাৰমাণৱিক শক্তিৰ পৰা আৰু এক চতুর্থাংশ হয় কয়লাৰ পৰা। ইউৰােপৰ সর্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্রটোও অৱস্থিত ইউক্রেইনৰ জাপৰিজিয়াত যিটো ইতিমধ্যে ৰুছ বাহিনীয়ে দখল কৰি লৈছে।

১৯৯৩ত ইউক্রেইনৰ জনসংখ্যা পাঁচ কোটি ২০ লাখ আছিল যদিও তেতিয়াৰ পৰা ২০১৪ ভিতৰত ৬৬ লাখ হ্রাস পায়। ১২.৮ শতাংশ জনসংখ্যা এনেদৰে হ্রাস পােৱাৰ আঁৰত আছে কেবাটাও কাৰণ। দেশখনত জন্মৰ হাৰক মৃত্যুৰ হাৰে চেৰাই যােৱা, বিদেশলৈ ব্যাপক হাৰত প্ৰব্ৰজন, নিম্নমানৰ স্বাস্থ্যসেৱা আৰু নিম্নমানৰ জীৱন ধাৰণৰ সা-সুবিধাৰ পৰিপ্ৰেক্ষিততে এইদৰে জনসংখ্যা হ্রাস পায়।

দেশৰ ৭৮ শতাংশ নাগৰিক ইউক্রেইনীয় হােৱাৰ বিপৰীতে ১৭ শতাংশ অধিক ৰুছ আৰু ৰুছ সকলেই সর্ববৃহৎ সংখ্যালঘু জনসংখ্যা। ইয়াৰ উপৰি ইহুদীকে ধৰি অন্যান্য জনসংখ্যা তেনেই তাকৰ। ইয়াত চৰকাৰী ভাষা ইউক্রেইনিয়ান হ’লেও ৰুছ ভাষাও ব্যাপক পৰিসৰত ব্যৱহৃত হৈ আহিছে বিশেষকৈ পূব আৰু দক্ষিণ অঞ্চলৰ উপৰি ঔদ্যোগিক চহৰসমূহত।

দেশৰ ৮৭ শতাংশ নাগৰিক বাস কৰে নগৰাঞ্চলত। ৰাছিয়া-ইউক্রেইনৰ শেহতীয়া সংঘৰ্ষৰ সূত্রপাত ঘটে ২০১৪ত। তাৰ মাহচেৰেক পূর্বে ২০১৩ৰ নৱেম্বৰত ইউক্রেইনৰ তদানীন্তন ৰাষ্ট্রপতি ভিক্টৰ য়ানুক’ভিচে ইউৰােপীয়ান ইউনিয়নৰ স’তে বৃহত্তৰ আর্থিক সহযােগিতাৰ চুক্তি বাতিল কৰিবলৈ লােৱা সিদ্ধান্তই দেশখনত তীব্র প্রতিবাদৰ জোৱাৰ তােলে।

এই প্রতিবাদ দমন কৰিবলৈ চৰকাৰী বাহিনীয়ে শক্তি প্রয়ােগ কৰাত পৰিস্থিতি অধিক জটিল হৈ পৰে। প্ৰতিবাদত জনসাধাৰণৰ স্বতঃস্ফূর্ত অংশগ্রহণে সংঘাত বৃদ্ধি কৰে আৰু পৰিস্থিতি বিষম দেখি ৰাষ্ট্রপতি আনুক’ভিচে ২০১৪ত দেশৰ পৰা পলায়ন কৰে। ইউক্রেইনৰ এনে অস্থিৰতাৰ সুযােগ গ্রহণ কৰি ৰুছ। ৰাষ্ট্রপতি পুটিনে নিজৰ আগ্রাসী অভিযানৰ পাতনি মেলে।

সেই বছৰৰে মাৰ্চত ৰুছ সৈন্য বাহিনীয়ে ইউক্রেইনৰ ক্রিমিয়া অঞ্চল নিজৰ দখললৈ নিয়ে। পাছত এক বিতর্কিত গণভােটৰ জৰিয়তে ক্রিমিয়াক ৰাছিয়াৰ স’তে সংযুক্ত কৰে পুটিনে। এই সন্দেহজনক গণভােটত ক্রিমিয়াৰ ৯৭ শতাংশ লােকে ৰাছিয়াত চামিলৰ সপক্ষে ভােটদান কৰে বুলি কোৱা হয়। ক্রিমিয়াৰ লগতে দক্ষিণ-পূর্ব ইউক্রেইনৰ ৰুছ নাগৰিকসকলৰ অধিকাৰসমূহ সুৰক্ষিত কৰাৰ সপক্ষে ৰাষ্ট্রপতি পুটিন সৰৱ হৈ পৰে।

তাৰ পাছতে পূর্ব ইউক্রেইনৰ ডনেস্ক আৰু লুহানস্ক অঞ্চলত ৰুছ সমর্থক বিচ্ছিন্নতাবাদীসকলে গণভােট অনুষ্ঠিত কৰি স্বাধীনতা ঘােষণা কৰে। এই ৰুছ সমর্থিত বিচ্ছিন্নতাবাদীসকলে অঞ্চলটোৰ সকলােবােৰ চৰকাৰী ভৱন, পুলিচ থানা আদি দখল কৰি লয়। ২০১৪ এপ্রিলৰ পৰা বিচ্ছিন্নতাবাদী আৰু ইউক্রেইনৰ সেনাবাহিনীৰ মাজৰ সংঘর্ষই ১০ সহস্রাধিক লােকৰ প্ৰাণ লয় আৰু আন ২৪ হেজাৰ লােক আহত হয়।

সমান্তৰালভাৱে কমেও ১২ লক্ষ লােক স্থানান্তৰিত হ’বলগীয়া হয়। মস্কোৱে যিমানে অস্বীকাৰ নকৰক, ইউক্রেইন আৰু নাটোৱে এই সংঘাতত ৰুছ বাহিনীৰ সহযােগিতাৰ প্ৰমাণ দাঙি ধৰি আহিছে। আনকি সেই বছৰৰে জুলাইত ইউক্রেইনৰ আকাশমার্গত মালয়েছিয়ান এয়াৰলাইন্সৰ এখন বিমান ক্ষেপণাস্ত্ৰৰে আঘাত কৰি ধ্বংস কৰা ঘটনাই চৰম উত্তেজনা সৃষ্টি কৰে।

বিমানত থকা ২৯৮ জন লােকৰে মৃত্যু ঘটোৱা এই আক্রমণ ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰাই সংঘটিত কৰাটো ইয়াৰ তদন্তত স্পষ্টভাৱে ওলাই পৰে। ২০১৫ ফেব্ৰুৱাৰীৰ পৰা ফ্রান্স-জার্মানীৰ স’তে মিলিতভাৱে ৰাছিয়া আৰু ইউক্রেইনে এই অঞ্চলটোত সংঘর্ষ ৰােধৰ বাবে এক চুক্তিৰ জৰিয়তে প্রচেষ্টা চলায় যদিও সি ব্যর্থ হয়।

কোনাে ধৰণৰ কূটনৈতিক প্রচেষ্টাই এই অঞ্চলত শান্তি স্থাপন কৰিবলৈ সক্ষম নহ’ল। তাৰ পৰৱর্তী বছৰ দুটাত নাটোৱে পূর্ব ইউৰােপৰ কে’বাখনাে দেশত ৰাছিয়াৰ সম্ভাব্য আগ্রাসী অভিযান ৰােধৰ লক্ষ্যৰে সেনাবাহিনীৰ সঞ্চালন কৰে। নাটোৰ এনে পদক্ষেপে
ৰাছিয়াক অধিক ক্ষুণ্ণ কৰি তােলে; কিয়নাে ৰাছিয়াই প্রথমৰে পৰা ইউক্রেইনৰ পশ্চিমৰ দেশৰ প্রতি নির্ভৰশীলতাৰ বিৰােধ কৰি আহিছে।

সেই বাবেই কোনাে পৰিস্থিতিতে ইউক্রেইন নাটোৰ সদস্যভর্তি নােহােৱাটো নিশ্চিত কৰিবলৈ চাপ সৃষ্টি কৰি আহিছে। নাটোৰ সদস্য হােৱাৰ লগে লগে ইউক্রেইনক পশ্চিমীয়া শক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰি নতুন প্রত্যাহ্বানৰ সৃষ্টি কৰিব বুলি মস্কোৱে উদ্বেগ প্রকাশ কৰি আহিছে। এনে পৰিস্থিতিত আমেৰিকাই ইউক্রেইনলৈ সামৰিক যুদ্ধাস্ত্ৰৰ যােগান বৃদ্ধিৰ সমান্তৰালভাৱে ৰাছিয়াৰ ওপৰত বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি আহিছে; কিন্তু ছােভিয়েট ইউনিয়নৰ পূৰ্বৰ ৰূপ উভতাই আনিবলৈ সপােন পুহি ৰখা ৰাষ্ট্রপতি পুটিনক এইবােৰে বিচলিত কৰিব পৰা নাই।

গতিকে অৱশেষত ইউক্রেইনৰ বিৰুদ্ধে পূর্ণ পর্যায়ৰ যুদ্ধ অৱধাৰিত হৈ পৰে। কিন্তু শংকাৰ ইয়াতেই অৱসান ঘটা নাই। পূর্বৰ এই স্তম্ভতে কোৱা হৈছে যে এই যুদ্ধই সমগ্র বিশ্বত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু ইয়াৰ পৰিণাম অতি বিষম হব। লক্ষ্যণীয় যে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি ৰাছিয়াই কোনাে এখন দেশৰ সমর্থন লাভ কৰা নাই।

আমেৰিকা আৰু ইউৰােপৰ শক্তিধৰ দেশসমূহৰ পৰা আৰম্ভ কৰি ছিংগাপুৰৰ দৰে ক্ষুদ্র দেশেও এনে সামৰিক আগ্রাসনৰ বিৰােধিতা কৰি ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে। আনকি সুদীর্ঘ কালৰ মিত্র দেশ ভাৰত অথবা চীন আদিয়েও মুকলিভাৱে বিৰােধ নকৰিলেও সমর্থনাে প্রকাশ নকৰি নিৰপেক্ষ স্থিতি গ্রহণ কৰিছে। এই যুদ্ধই মার্কিন যুক্তৰাষ্ট্রৰ স’তে ৰাছিয়াৰ সম্পৰ্ক অধিক শােচনীয় কৰাৰ লগতে ইউৰােপতাে সংঘাত বৃদ্ধি কৰিব।

এই যুদ্ধৰ ফলশ্রুতিত ইতিমধ্যে ইউক্রেইনৰ ১৫ লক্ষাধিক লােকে দেশ ত্যাগ কৰি চুবুৰীয়া দেশত আশ্রয় গ্রহণ কৰিছে। ক’ভিড পৰিস্থিতিয়ে জটিল কৰি তােলা আর্থিক পৰিস্থিতিত কোনাে দেশেই এতিয়া আৰু নতুনকৈ বােজা ল’বলৈ প্রস্তুত নােহােৱাটোৱে স্বাভাৱিক। যদিহে পৰিস্থিতিৰ বাধ্যবাধকতাত ৰাছিয়াই নাটোৰ সদস্য আন কোনাে ৰাষ্ট্ৰতাে আক্রমণ কৰে, তেন্তে সেই যুদ্ধত আমেৰিকাও জড়িত হৈ পৰিব।

কিয়নাে নাটোৰ মূল উদ্দেশ্যই আছিল ৰাছিয়াৰ আগ্রাসনৰ প্ৰতিৰােধ কৰা। সম্প্রতি ইউক্রেইন যুদ্ধবিধ্বস্ত হৈ পৰাৰ সমান্তৰালভাৱে ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন দেশে জাৰি কৰা নিষেধাজ্ঞাসমূহে উভয় পক্ষৰে বৃহৎ ক্ষতিসাধন কৰিছে। স্বয়ং আন্তর্জাতিক মুদ্রা নিধি (আই এম এফ)য়ে এইক্ষেত্ৰত গভীৰ উদ্বেগ প্রকাশ কৰি সকীয়াই দিছে যে এই যুদ্ধ তথা নিষেধাজ্ঞাই সামগ্রিকভাৱে বিশ্ব অর্থনীতিত মাধমাৰ শােধাব।

এই যুদ্ধ যিমানে দীঘলীয়া হ’ব, আর্থিক প্ৰত্যাহ্বানাে সিমানেই গুৰুতৰ হ’ব। ইতিমধ্যে অভূতপূর্ব অনিশ্চয়তাৰ গৰাহত থকা বিশ্বৰ অর্থনীতিক লৈ আই এম এফৰ জৰুৰী বৈঠকে গভীৰ উদ্বেগ প্রকাশ কৰিছে। মূল্যবৃদ্ধিয়ে জীৱন অসহনীয় কৰি তুলিব বুলি সতর্ক কৰি দি আন্তর্জাতিক সংস্থাটোৱে দৰিদ্ৰ পৰিয়ালসমূহক আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা কৰিবলৈ দেশসমূহক পৰামর্শ দিছে। যুদ্ধক লৈ নিৰপেক্ষ স্থিতি গ্রহণ কৰিলেও ইয়াৰ কু-প্রভাৱৰ পৰা যে ভাৰতাে সাৰি যাব নােৱাৰে তাৰ ব্যাখ্যা নিষ্প্রয়ােজন।

ইতিমধ্যে আন্তর্জাতিক বজাৰত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্যই ১২০ ডলাৰ চুইছে। এই মূল্য অধিক বৃদ্ধিৰ আশংকাও নথকা নহয়। এনে পৰিস্থিতিত ভাৰতত পেট্রল-ডিজেলৰ মূল্য ১৫ৰ পৰা ২২ টকাৰ ভিতৰত বৃদ্ধি পাব বুলি আশংকাৰ সৃষ্টি হৈছে। সােমবাৰে উত্তৰ প্ৰদেশৰ অন্তিমটো পর্যায়ৰ ভােটগ্রহণ সমাপ্ত হােৱাৰ পাছতে যিকোনাে মুহূর্তত এনে মূল্যবৃদ্ধি ঘােষণা হ’ব বুলি কোৱা হৈছে। এই অভাৱনীয় মূল্যবৃদ্ধিয়ে দেশত কেনে ধৰণৰ প্ৰভাৱ পেলাব তাৰ উমান দেশবাসীয়ে লাভ নকৰাকৈ থকা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: pranjal sen dekaRussiaUkraineWar
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d