৩১ মাৰ্চত ম্যাদ উকলিব বিপ্লৱ শৰ্মা নেতৃত্বধীন তদন্ত আয়োগৰ

২০১৩ এপিএছচি কেলেংকাৰী তদন্তৰ দ্বায়িত্বত আছিল এজনীয়া তদন্ত আয়োগ ।

ন‍্যায়িক আয়োগৰ তদন্তত উন্মোচিত হৈছে বহু বিস্ফোৰক তথ্য ।

সোমবাৰে এজনীয়া আয়োগক সাক্ষাৎ ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচিৰ ।

এজনীয়া আয়োগৰ প্ৰতিবেদন চৰকাৰক কাৰ্য‍্যকৰী কৰাৰ দাবী ।

আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ চৰকাৰক কাৰ্যকৰী কৰাৰ দাবী সংগঠনটোৰ ।

২০১৪ এপিএছচি কেলেংকাৰী তদন্ত দায়িত্ব ন‍্যায়িক আয়োগক দিবলৈও দাবী উত্থাপন ।

২০১৪ৰ দূৰ্নীগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিপৰীতে পদোন্নতিৰ বাবেহে ফাইল সাজু কৰিছে দিছপুৰে ।

এই অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচিৰ ।

Exit mobile version