ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। আৰক্ষী কনিষ্ঠবলে ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে পত্নীক। নিহত মহিলাগৰাকীৰ নাম জয়শ্ৰী চেতিয়া।
ADVERTISEMENT
ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় এক বজাত এই হত্যাকাণ্ড সংঘটিত কৰে বিকি চেতিয়াই।
পাৰিবাৰিক কন্দলৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
হত্যাকাৰী আৰক্ষী কনিষ্ঠবলজনৰ নাম বিকি চেতিয়া । ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী স্বামী বিকি চেতিয়াক।






























