গৰম দিনত খাওক এই পানীয় ! আছে বহুতো চমৎকাৰী গুণ

1647336243 new project 2022 03 15t141814 102

★কোষ্টকাঠিন্যত ভোগা ৰোগীয়ে কুঁহিয়াৰ ৰসৰ লগত আদা আৰু গোল নেমুৰ ৰস মিলাই দিনে এবাৰকৈ পান কৰিলে কোষ্টকাঠিন্য দূৰ হয় ।

★ কুঁহিয়াৰ ৰসৰ লগত ডালিমৰ ৰস মিলাই পান কৰিলে তেজৰ অতিসাৰ ৰোগ কমি যায়।

★ কুঁহিয়াৰ ৰস প্ৰতিদিনা দুবাৰকৈ এগিলাচ সেৱন কৰিলে পিত্তবিকাৰ নোহোৱা হয় আৰু বমি ভাব আঁতৰ হয়।

★ কুঁহিয়াৰ ৰস প্ৰতিদিনা দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি যোৱাৰ সম্ভাৱনা থাকে ।

★ নাকৰ পৰা তেজ ওলালে দিনে দুবাৰ পুৱা , সন্ধ্যা কুঁহিয়াৰ ৰস পান কৰিলে সোনকালে আৰোগ্য হৈ যায় ।

★ হিকটি আহিলে কুঁহিয়াৰ ৰস খালে হিকতি বন্ধ হৈ যায় ।

Exit mobile version