Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

What Colors Are The Best Selling Cars In India:ভাৰতত কি ৰঙৰ গাড়ী সর্বাধিক বিক্রী হয়?

ৰং নিৰ্বাচনত গ্ৰাহকৰ আছে কুসংস্কাৰো

publisher by publisher
April 2, 2024
in India, Lifestyle, Tech
Reading Time: 2 mins read
0
What Colors Are The Best Selling Cars In India:ভাৰতত কি ৰঙৰ গাড়ী সর্বাধিক বিক্রী হয়?
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

What Colors Are The Best Selling Cars In India:

এখন নতুন গাড়ী ক্ৰয় কৰিবলৈ গ’লে সর্বপ্রথমে গুৰুত্ব দিয়া হয় বাজেট অর্থাৎ গাড়ীৰ মূল্যত। ইয়াৰ পাছতো গুৰুত্ব লাভ কৰা বিষয়টো হৈছে গাড়ীখনৰ ৰং। ভাৰতীয় গ্রাহকসকল গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত কেইটিমান বিশেষ ৰঙৰ প্ৰতি অধিক দুৰ্বল। গাড়ীৰ ৰং নিৰ্বাচনত ভাৰতীয় গ্রাহকৰ আছে কুসংস্কাৰো।

ADVERTISEMENT

ভাৰতীয় ক্ৰেতাৰ পছন্দৰ গাড়ীৰ ৰঙৰ সন্দৰ্ভত প্ৰস্তুত কৰা এক সমীক্ষাৰ তথ্য অনুসৰি দেশীয় ক্রেতাই সাধাৰণতে নটা ৰঙৰ গাড়ী সর্বাধিক ক্ৰয় কৰি আহিছে। বাজেট যিমানে নহওক, ভাৰতীয় ক্রেতাই এই নটা ৰঙৰ গাড়ী সবাতোকৈ অধিক পছন্দ কৰে। পৰিসংখ্যা অনুসৰি ভাৰতত সর্বাধিক বিক্ৰী হৈ আহিছে বগা ৰঙৰ গাড়ী। গাড়ীৰ আকাৰ ক্ষুদ্র বা ডাঙৰে হওক, দেশত বিক্রী হোৱা অর্ধেকাংশ গাড়ীৰ ৰং হৈছে বগা। ভাৰতীয় গাড়ী ক্রেতাৰ প্রিয় দ্বিতীয় ৰংটো হৈছে ছিলভাৰ বা ৰূপালী।

তথ্য অনুসৰি ভাৰতত বিক্ৰী হোৱা ২০ শতাংশ গাড়ীৰ ৰং ৰূপালী। আনহাতে, গ্ৰে বা ধূসৰ ৰঙৰ গাড়ীও ভাৰতত যথেষ্ট জনপ্রিয়। মুঠ গাড়ীৰ ১১ শতাংশ হৈছে ধূসৰ ৰঙৰ। ভাৰতীয় গাড়ী ক্রেতাৰ চতুৰ্থ প্রিয়ং ৰং হৈছে নীলা। দেশত বিক্রী হোৱা মুঠ গাড়ীৰ চাৰি শতাংশ নীলা ৰঙৰ। ৰঙা ৰঙৰ প্ৰতিও ভাৰতীয়ৰ বিশেষ আকর্ষণ আছে আৰু দেশৰ গাড়ীৰ বজাৰত বিক্ৰী হোৱা মুঠ গাড়ীৰ পাঁচ শতাংশৰ ৰং ৰঙা।

ক’লা ৰঙৰ গাড়ীও ভাৰতত যথেষ্ট জনপ্রিয়। দেশত বিক্রী হোৱা মুঠ গাড়ীৰ পাঁচ শতাংশ ক’লা ৰঙৰ। সেউজীয়া ৰঙৰ গাড়ী ভাৰতত এতিয়াও বিশেষ জনপ্রিয় হোৱা নাই। দেশত মুঠ বিক্রী হোৱা গাড়ীৰ দুই শতাংশ হৈছে সেউজীয়া ৰঙৰ। বেইজ ৰঙৰ গাড়ী এখনত ভাৰতৰ বজাৰত সৰ্বাধিক জনপ্রিয় আছিল যদিও বর্তমানে মাত্র দুই শতাংশ গাড়ী ক্রেতাইহে বেইজ ৰঙৰ গাড়ী ক্ৰয় কৰিছে। ছেডান আৰু বিলাস বহুল এছইউভি ফ্ৰেতাৰ মাজত জনপ্রিয় হৈছে পার্পল ৰঙৰ গাড়ী। অৱশ্যে ভাৰতত মুঠ বিক্ৰী হোৱা গাড়ীৰ দুই শতাংশ হৈছে পার্পল ৰঙৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Colors Are The Best Selling Carsindia
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

September 21, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰি শনিবাৰে ভাষণ প্ৰদান কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d