Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোম্পানীৰ লোকচানৰ বোজা গ্ৰাহকৰ মূৰত

পহিলা এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি, প্ৰতি ইউনিটত বাঢ়িব ৫৯ প‌‌ইচা

publisher by publisher
March 22, 2022
in Assam, India, News
Reading Time: 1 min read
0
কোম্পানীৰ লোকচানৰ বোজা গ্ৰাহকৰ মূৰত
1
SHARES
6
VIEWS
ShareShareShareShare

শীঘ্ৰে মাধমাৰ পৰিব ৰাজ্যৰ বিদ্যুৎ উপভোক্তাৰ মূৰত । কিয়নো পহিলা এপ্ৰিলৰ পৰাই ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল । প্ৰতি ইউনিটত ৫৯ প‌ইচাকৈ বৃদ্ধি পাব । এই ঘোষণা কৰিছে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জ‌ই কৃষ্ণ‌ই । কালি আয়োগৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত তেওঁ কয়, “ক’ভিডৰ পৰিপ্ৰেক্ষিতত ২০২০-২১ বৰ্ষত বিদ্যুৎ বিতৰণ কোম্পানীসমূহে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰে । ২০২০ৰ ছেপ্টেম্বৰৰ পৰা ২০২১ৰ ২০ মাৰ্চলৈ কাৰ্বি লাম্পি জলবিদ্যুৎ প্ৰকল্পৰ লগতে বিভিন্ন শক্তি প্ৰকল্প বন্ধ হৈ আছিল । ফলত আমি সস্তাত পোৱা বিদ্যুৎ অত্যধিক দামত ক্ৰয় কৰিবলগীয়া হয় । ইয়াৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় বিদ্যুৎ বিতৰণ কোম্পানীসমূহ । এপিডিচিএল-এ আমাক মুঠ ২,১৮৯.৭০ কোটি টকাৰ এক বৃহৎ কৰ লোকচান হোৱা বুলি আবেদন দিছিল ।”

ADVERTISEMENT

সেই বৃহৎ লোকচান পূৰাবলৈ ৩৮ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলগীয়া হ’ব বুলি উল্লেখ কৰি আয়োগৰ অধ্যক্ষজনে লগতে কয়, “সেই হিচাপত প্ৰতি ইউনিটত বৃদ্ধি পাব লাগে ২.৪০ টকা । আমি উক্ত আবেদনৰ ওপৰত সমীক্ষা কৰি সেই ক্ষতি মুঠ ৯৪৬ কোটি টকা হ’ব বুলি নিশ্চিত হ‌ওঁ । সেই হিচাপত ১৩.২ শতাংশ মাচুল বৃদ্ধি হয় । তেতিয়া প্ৰতি ইউনিটত বৃদ্ধি পাব ১.০৪ টকা ।”

RelatedPosts

APDCL:২০৩০-৩১লৈ এপিজিচিএলৰ ১৪৪ মেগাৱাটহে উৎপাদনৰ পৰিকল্পনা

APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ

APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ

তেওঁ পুনৰ কয়, “ক’ভিডে জুৰুলা কৰা ৰাজ্যবাসীৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে চাৰিশ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰে । ফলত সেই বিদ্যুৎ লোকচানৰ পৰিমাণ ৫৪৬ কোটিলৈ হ্ৰাস পায় । সম্প্ৰতি এই ক্ষতি পূৰণৰ বাবে সৰ্বাধিক ৮.১৪ শতাংশলৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি প্ৰতি ইউনিটত ৫৯ প‌ইচালৈ বৃদ্ধি কৰা হৈছে মাচুল । এই ৫৯ প‌ইচাৰ ভিতৰতে সোমাই থাকিব ফিক্সড্ আৰু এনাৰ্জী চাৰ্জ । পহিলা এপ্ৰিলৰ পৰা প্ৰতি কিলোৱাট বিদ্যুতৰ বাবদ ১০-৫০ টকালৈ ফিক্সড্ চাৰ্জ ধাৰ্য কৰা হৈছে । তেনেদৰে প্ৰতি কিলোৱাট বিদ্যুতৰ এনাৰ্জী চাৰ্জ ৪০-৫০ প‌ইচালৈ বৃদ্ধি কৰা হৈছে ।”

সংবাদমেলত সঞ্জয় কৃষ্ণ‌ই লগতে কয় যে প্ৰতি বছৰে পহিলা এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি কৰা হয় যদিও বিগত বৰ্ষত বৃদ্ধি কৰা হোৱা নাছিল । বিগত পাঁচ বছৰত ফিক্সড্ চাৰ্জ অলপ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “বিদ্যুতৰ মাচুল বৃদ্ধি নিৰ্ভৰ কৰে এশ শতাংশ ৰাজহ সংগ্ৰহ হোৱা-নোহোৱাৰ ওপৰত । যদিও বিদ্যুৎ মাচুল বৃদ্ধি হৈছে, তথাপি কিছুমান চৰকাৰী আঁচনিৰ ক্ষেত্ৰত সেই মাচুল ভিন্ন হ’ব পাৰে । তেনেদৰে অক্সিজেন উৎপাদন প্ৰকল্পসমূহৰ ক্ষেত্ৰত ২০ শতাংশ মাচুল ৰেহাই দিয়া হৈছে । তাৰ লগতে শিক্ষা তথা শিশুক খাদ্য যোগান ধৰা সাহায্যমূলক অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো কিছু ৰেহাই দিয়া হ’ব । আনহাতে, ‘জীৱন ধাৰা’ৰ প্ৰতি দিনৰ বিদ্যুৎ ব্যয় এক ইউনিটৰ পৰা ১.৫ ইউনিটলৈ বৃদ্ধি কৰা হৈছে ।”

উল্লেখ্য যে পহিলা এপ্ৰিলৰ পৰা ২৫ কিলোৱাটত এনাৰ্জী চাৰ্জ পূৰ্বৰ ৬.৭৫ টকাৰ পৰিৱৰ্তে এতিয়া ৭.১৫ টকা বহন কৰিব লাগিব । তেনেদৰে ফিক্সড্ চাৰ্জ ৫০ টকাৰ পৰিৱৰ্তে ৬০ টকা বহন কৰিব লাগিব । অৰ্থাৎ সম কিলোৱাটত (ব্যৱসায়িক) ফিক্সড্ চাৰ্জ ১০ টকা আৰু এনাৰ্জী চাৰ্জ ৪০ প‌ইচা পূৰ্বতকৈ বেছি দিব লাগিব ।

তেনেদৰে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এনাৰ্জী চাৰ্জ প্ৰতি কিলোৱাটত ৩০ প‌ইচা ধাৰ্য কৰা হৈছে । ৰাজহুৱা পোহৰ ব্যৱস্থা, চাহ, কফি, ৰাবাৰ, তেল আৰু কয়লাৰ উদ্যোগৰ ক্ষেত্ৰত বিদ্যুতৰ এনাৰ্জী চাৰ্জ ২৫ প‌ইচা ধাৰ্য কৰা হৈছে বুলি আয়োগৰ অধ্যক্ষ‌ই জনায় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APDCLKumar Sanjay Krishna
publisher

publisher

Related Posts

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d