নিবনুৱাক বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

টেট শিক্ষকৰ প্ৰতিবাদলৈ নৈতিক সমৰ্থন সমিতিৰ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।

শিক্ষা ব্যৱস্থাৰ বিভিন্ন সমস্যাক লৈ সংবাদমেল ।

টেট শিক্ষকে শ্ৰেণী কোঠা এৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে।

টেট শিক্ষকৰ প্ৰতিবাদলৈ নৈতিক সমৰ্থন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

নিবনুৱাক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি পালন নকৰিলে চৰকাৰে ।

নিবনুৱাক বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে ।

টেট শিক্ষকসকলস শিক্ষামন্ত্ৰীয়ে ভাবুকি প্ৰদান কৰিছে । অতি দুৰ্ভাগ্যজনক ।

ৰাজ্যৰ বহু বিদ্যালয় নাই আন্ত:গাঠনি, নাই শিক্ষক, এজনীয়া শিক্ষকৰে চলিছে বিদ্যালয়সমূহ ।

হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰীত্বৰ কালতে শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থা ।

বিশ্ববিদ্যালয় সমূহত শিক্ষক নিযুক্তিৰ অবিহনে উন্নীতকৰণৰ কৰিছে চৰকাৰে ।

বিশ্ববিদ্যালয় সমূহত এতিয়া অৰাজকতাৰ সৃষ্টি হৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্র-ছাত্ৰীক ৰিজাল্টৰ পৰা বঞ্চিত কৰি ময়মতালি চলাইছে । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে । অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

শীঘ্ৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ।

মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক চাৰ্কাছ চলাইছে ।

বৰ্তমান মুখ্যমন্ত্ৰীজন এজন অদক্ষ মুখ্যমন্ত্ৰী ।

শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰে প্ৰতিবাদ সন্মুখীন হ’বলৈ সাজু থাকক বুলি হুংকাৰ সংগঠনটোৰ ।

Exit mobile version