দুই এপ্ৰিলৰ পৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নামভৰ্তিৰ প্ৰক্ৰিয়া

WhatsApp Image 2021 07

দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে ২০২২-২৩ শিক্ষাবৰ্ষত বিভিন্ন পাঠ্যক্ৰমত কমন ইউনিভাৰ্ছিটি এনট্ৰেন্স টেষ্ট (চিইউইটি)ৰ জৰিয়তে নামভৰ্তি সম্পন্ন কৰিব ।

চি ইউ আই টিৰ বাবে আবেদন প্ৰক্ৰিয়া দুই এপ্ৰিলৰ আৰম্ভ হ’ব আৰু ৩০ এপ্ৰিললৈকে অব্যাহত থাকিব ।

নেচনেল টেষ্টিং এজেন্সী (এন টি এ)ৰ দ্বাৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে একক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

Exit mobile version