Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Chernobyl Power Plant : চেৰন’বিলৰ পৰা তেজষ্ক্ৰিয় বর্জ্য-আইছ’টোপ চুৰি, ‘ডার্টি বম্ব’ তৈয়াৰ কৰিব পাৰে ৰাছিয়াই : অভিযোগ

publisher by publisher
April 1, 2022
in International, News
Reading Time: 1 min read
0
Chernobyl Power Plant : চেৰন’বিলৰ পৰা তেজষ্ক্ৰিয় বর্জ্য-আইছ’টোপ চুৰি, ‘ডার্টি বম্ব’ তৈয়াৰ কৰিব পাৰে ৰাছিয়াই : অভিযোগ
1
SHARES
10
VIEWS
ShareShareShareShare

চুৰ হৈছে ৰাজকোষত ! ‘ৰাজকোষ’ অৰ্থাৎ পৰমাণু বিদ্যুৎকেন্দ্র । সেয়ে এয়া যেয়ে সেয়ে ‘চুৰি’ নহয় । ফলত, তেজষ্ক্রিয় বিকিৰণৰ সম্ভাব্য ভয়াৱহতাক লৈ উদ্বেগ বাঢ়িছে সমগ্ৰ ইউৰোপত ।

ADVERTISEMENT

বৈজ্ঞানিকসকলে জনাইছে, ৰুছ আগ্রাসনৰ অব্যাহতিৰ পাছতেই প্রচুৰ পৰিমাণে তেজষ্ক্রিয় বর্জ্য পদার্থ চুৰি হৈছে ৰাজধানী কিয়েভৰ নতি দূৰত ইউক্রেইনৰ চেৰন’বিল পৰমাণু বিদ্যুৎ উৎপাদন কেন্দ্রৰ পৰা । প্রচলিত বিস্ফোৰকৰ স’তে মিহলি কৰি য’ৰ পৰা অনায়াসেই ‘ডার্টি বম্ব’ বনাব পাৰি ।

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো বাৰ্তা ভাৰতৰ পৰা অহা নাই : ক্ৰেমলিন

ৰুছ সেনাসকলে বৃহস্পতিবাৰে চেৰন’বিল পৰমাণু কেন্দ্র আৰু তাৰ কাষৰীয়া অঞ্চলৰ পৰা গুচি আহিলেও বৈজ্ঞানিকসকলৰ একাংশৰ শংকা, ৰাছিয়াই এইবাৰ সেই ডার্টি বম্ব ব্যৱহাৰ কৰিব পাৰে ইউক্রেইনৰ সাধাৰণ নাগৰিকসকলৰ ওপৰত । যুদ্ধত বিজয়ী হোৱাৰ অপ্ৰাণ চেষ্টাত । ইউক্রেইনত প্ৰৱেশ কৰাৰ পাছৰ দিনাখনে চেৰন’বিল দখল কৰে ৰুছ সেনাই ।

কিয়েভত ‘ইনষ্টিউট ফৰ ছেফ্টি প্রবলেমছ অৱ নিউক্লিয়াৰ পাৱাৰ প্লেন্টছ (আইএছপিএনপিপি)’-ৰ প্ৰধান আনাতোলি ন’ছ’ভস্কিয়ে এই খবৰ দিছে । জনাইছে, ইউক্রেইনত ৰুছ আগ্রাসনৰ পাছতেই লুটকাৰীয়ে চেৰন’বিলৰ পৰমাণু চুল্লিবোৰৰ কাষৰ এটা গৱেষণাগাৰত থকা তেজষ্ক্রিয় বর্জ্য লৈ উধাও হয় । যাৰ পৰিমাণ খুব কম নহয় । লুটকাৰীসকলে এই গৱেষণাগাৰৰ পৰা কে’বাটাও তেজষ্ক্রিয় মৌলৰ আইছ’টোপ (কোনো মৌলৰ পৰমাণুৰ কেন্দ্রত নিউট্রনৰ সংখ্যাৰ তাৰতম্যৰ কাৰণে সেই মৌলৰ বিভিন্ন আইছোটোপ তৈয়াৰ হয় । কার্বন পৰমাণুৰ এনে তিনিটা আইছ’টোপ আছে, ১২, ১৩ আৰু ১৪ নিউট্রন সংখ্যাৰ) । চেৰন’বিল আৰু তাৰ আশপাশৰ সহস্ৰাধিক কিলোমিটাৰৰ অঞ্চলত বিকিৰণৰ বঢ়া-কমাৰ মাত্রা নির্দিষ্ট সময়ৰ অন্তৰত জোখা হয় এইবোৰ তেজষ্ক্রিয় আইছ’টোপৰে ।

তেওঁ অৱশ্যে এইটোও জনাইছে, চেৰন’বিল পৰমাণু কেন্দ্রৰ এই গৱেষণাগাৰৰ পৰা কিমান তেজষ্ক্রিয় বর্জ্য আৰু নানা ধৰণৰ তেজষ্ক্রিয় মৌলৰ আইছ’টোপ চুৰি হৈছে ৰুছ আগ্রাসনৰ পাছত তাৰ সঠিক পৰিমাণ জানিব পৰা নাই অঞ্চলটো ৰুছ সেনাৰ দখলত থকাৰ বাবে । অৱশ্যে চুৰি যে হৈছে, সেয়া জানিব পৰা গৈছে এই গৱেষণাগাৰত থকা বিভিন্ন ধৰণৰ এলার্ম আৰু কম্পিউটাৰ ছিগনেলৰ সূত্রত ।

ব্রিটেইনৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ পৰমাণু বিজ্ঞানী ব্রুনো মার্কে যদিও কৈছে, ‘‘এইবোৰ তেজষ্ক্রিয় বর্জ্যৰে কোনো পৰমাণু বোমা বনাব পৰা নাযায় । কাৰণ, এই বর্জ্যবোৰত কোনো প্লুট’নিয়াম বা ইউৰেনিয়াম নাই । পৰমাণু বোমা বনাবৰ বাবে এই দুটা তেজষ্ক্রিয় মৌলই প্রধান উপাদান । অৱশ্যে এইবোৰৰ পৰা ডার্টি বম্ব বনাব পৰা যায় ।’’

সেই ডার্টি বম্ববোৰ কিমান বিপজ্জনক হ’ব পাৰে সাধাৰণ নাগৰিকৰ ক্ষেত্রত, বিশেষজ্ঞসকলে জনাইছে, সেয়া নির্ভৰ কৰে সেইসমূহ কি পৰিমাণত খোৱা গৈছে আৰু সেয়া কি পৰিমাণে ডার্টি বম্ব বনোৱাত ব্যৱহৃত হ’ব পাৰে তাৰ ওপৰত ।

পৰমাণু বিজ্ঞানী এডউইন লিমেনে কৈছে, ‘‘যি তেজষ্ক্রিয় মৌলবোৰৰ আইছ’টোপ চুৰি হৈছে বুলি খবৰ পোৱা গৈছে সেইবোৰৰ তেজষ্ক্রিয়তাৰ পৰিমাণ খুব বেছি নহয় । সেইবোৰৰ তেজষ্ক্রিয়তা খুব বেছি হ’লে সেইবোৰক চুৰি কৰাৰ সময়তো খুব শক্তিশালী আৱৰণত ৰখাৰ প্রয়োজন হয় । যি লুটকাৰীসকলক প্রয়োজন নহয় বুলিয়ে এই পর্যন্ত ধাৰণা কৰা হৈছে ।’’

সেইবোৰৰ পৰা ডার্টি বম্ব বনাব পৰা যায় । যাৰ আন এটা নাম— ‘ৰেডিয়’লজিকেল ডিছপাৰ্চেল ডিভাইচ’ (আৰডিডি) । আমেৰিকাৰ নিউক্লিয়াৰ ৰেগুলেটৰী কমিছনে যদিও জনাইছে এই ডার্টি বম্ববোৰে এনে পর্যায়ৰ বিকিৰণ কৰিব নোৱাৰিব, যিয়ে মানুহক মাৰিব পাৰিব বা তেওঁলোকক গোটেই জীৱনৰ বাবে পংগো কৰি দিব । সেই বিকিৰণৰ খুব বেছি দূৰ পর্যন্ত বিয়পি পৰাৰো শংকা কম ।

১৯৮৬ত ভয়ংকৰ বিস্ফোৰণত চেৰন’বিলৰ দুটা পৰমাণু চুল্লি ধ্বংস হোৱাৰ পাছৰ পৰাই এই কেন্দ্র বন্ধ কৰি দিয়া হৈছে । সেই চুল্লি দুটাৰ কাষৰ বিস্তীর্ণ অঞ্চল আগন্তুক ২১ হেজাৰ বছৰ মানুহ বা কোনো প্রাণীৰ বসবাসৰ অযোগ্য থাকিব বুলি আগতেই সকীয়নি দিছিল পৰমাণু বৈজ্ঞানিকসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chernobyl Power PlantRussiaUkraine
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d